বিজেপিৰ প্ৰাৰ্থী তালিকাত প্ৰাক্তন কংগ্ৰেছীৰ ভিৰ। হিমন্ত বিশ্ব শৰ্মাৰ আশিসধন্যৰে ভৰিছে বিজেপিৰ প্ৰাৰ্থী তালিকা। পুৰণিক ওফৰাই হিমন্ত বিশ্ব শৰ্মা তুষ্টিকৰণ বিজেপিৰ!