• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

4 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

5 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

5 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

6 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

7 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

7 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

9 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

9 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

10 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

11 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?

editor by editor
January 25, 2024
in ভাৰত, ৰাজনীতি
0
‘ইছ লিয়ে তো চব মোদী কৌ চুনতে হে…’ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান BJPৰ, নতুন শ্লোগানে কেনেকৈ আনিব ৪০০ ছীট?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত লোকসভা নিৰ্বাচনত ‘চব কা চাথ, চব কা বিকাশ, চব কা প্ৰয়াস’ শ্লোগানক সকলোৰে সন্মুখত ৰাখি আগবাঢ়িছিল বিজেপিয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন শ্লোগান আনিছে কেন্দ্ৰৰ শাসক দলে। কেন্দ্ৰই অনা নতুন শ্লোগান হৈছে, ‘স্বপ্নে নেহি হকিকত বনতে হে, ইছ লিয়ে তো চব মোদী কৌ চুনতে হে।’ এই বিশেষ শ্লোগান লঞ্চ কৰিছে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডাই। সেই শ্লোগানেৰেই এইবাৰ বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইয়াৰোপৰি এটা ২ মিনিট ২০ছেকেণ্ডৰ এটা মিউজিক ভিডিঅ’ তৈয়াৰ কৰা হৈছে।

বিশেষ মিউজিক ভিডিঅ’ত কি আছে?
২০১৪ চনৰ পূৰ্বে দেশৰ উন্নয়নৰ যি ধাৰা আছিল সেই বিশেষ ছবিয়েই তুলি ধৰা হৈছে মিউজিক ভিডিঅ’ত। উন্নয়ন থমকি যোৱা দেশত নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্ৰী হৈ সকলোৰে আশাৰ দেশ এখন গঢ়াত সক্ষম হোৱা বুলিও ভিডিঅ’ত দেখুওৱা হৈছে। দেশৰ মানুহক দিয়া সকলো প্ৰতিশ্ৰুতিও পূৰণ কৰিছে মোদীয়ে সেই কথাও ভিডিঅ’টোত দেখুওৱা হৈছে। ইয়াৰোপৰি উন্নয়ণমূলক প্ৰকল্পৰো গুণগান কৰা হৈছে এই ভিডিঅ’ত।

https://x.com/JPNadda/status/1750408890121077088?s=20

নৰেন্দ্ৰ মোদীৰ ওচৰত দেশৰ জনতাৰ গুৰুত্ব অতি বেছি সেই কথা ভিডিঅ’টোত প্ৰচাৰ কৰা হৈছে। ভিডিঅ’ত কোৱা হৈছে আত্মপ্ৰচাৰৰ পৰিবৰ্তে কামক বেছি গুৰুত্ব দিছে প্রধানমন্ত্ৰীয়ে। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ গৃহীত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান-৩ৰ সফলতা, বন্দে ভাৰত এক্সপ্ৰেছৰ কথাও তুলি ধৰা হৈছে। ইয়াৰোপৰি ভাৰতৰ কুটনৈতিক সাফল্যকো ভিডিঅ’টোত দেখুওৱা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ সফল বৈদেশিক নীতি বৰ্তমান বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্বপূৰ্ণ স্থানত উঠাত সহায় কৰিব বুলিও মিউজিক ভিডিঅ’টোত প্ৰকাশ কৰা হৈছে। ২০১৯ চনত ‘চব কা ছাথ, চব কা বিকাশ, চব কা প্ৰয়াস শ্লোগানৰ ওপৰত ভৰ দিয়েই লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হৈছিল বিজেপিয়ে।

এইবাৰৰ নিৰ্বাচনক বিজেপিৰ লক্ষ্য ৪০০ খন আসন। ‘স্বপ্নে নেহি হকিকত বনতে হে, ইছ লিয়ে তো চব মোদী কৌ চুনতে হে। এই শ্লোগানেৰে সেই লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হ’বনে সেয়াহে সময়ৰ হাতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjpnarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
‘কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে

'কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে

‘বক্সিঙৰ পৰা বিদায় ল’বলৈ এতিয়াই বিচৰা নাছিলো যদিও বাধ্য হ’লো!’ হঠাৎ মেৰিকমে কিয় ল’লে এই সিদ্ধান্ত?

'বক্সিঙৰ পৰা বিদায় ল’বলৈ এতিয়াই বিচৰা নাছিলো যদিও বাধ্য হ’লো!’ হঠাৎ মেৰিকমে কিয় ল’লে এই সিদ্ধান্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.