সমষ্টি এটা, বিজেপিৰ টিকট লাগে ৫-৬ জনক। কিন্তু এজনেহে টিকট পাব। যিসকলে টিকট নাপায়, তেওঁলোকে কৰিব চিপৰাঙৰ ৰাজনীতি। কোন কোন সমষ্টিত চলিব চিপৰাং?