• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

3 years ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

4 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

4 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

5 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

5 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

6 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

7 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

8 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

9 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

10 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

10 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

12 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

editor by editor
July 4, 2023
in ভাৰত, ৰাজনীতি
0
লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্মুখত লোকসভা নিৰ্বাচন৷ গেৰুৱা শিবিৰৰ বাবে নিঃসন্দেহে অগ্নিপৰীক্ষা ২০২৪ ৰ লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি দল৷ দেশৰ ৰাজ্যসমূহত ন কৌশলেৰে আগবাঢ়িবলৈ সাঁজু হৈছে বিজেপি দল৷ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেইবাখনো ৰাজ্যৰ ৰাজ্যিক সভাপতি সলনি কৰিছে বিজেপি দলে৷

বিজেপিৰ ভিতৰচৰাৰ খবৰ অনুসৰি ৪খন ৰাজ্যৰ সভাপতি সলনি কৰিছে দলে৷ তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাৱৰ ৰাজ্যিক সভাপতি সলনি হ’ল৷ তেলেংগানা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল জি কিষাণ ৰেড্ডী৷ অন্ধ্ৰপ্ৰদেশৰ নতুন সভাপতি হ’ল ডি পুৰন্দেশ্বৰী, ঝাৰখণ্ডৰ ৰাজ্যিক বিজেপিৰ নতুন সভাপতি বাবুলাল মাৰাণ্ডি আৰু পঞ্জাৱত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে সুনীল জাখৰক নিযুক্তি৷

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, এইবাৰ কোনো কাৰণতে বিজেপিয়ে কম্প্ৰমাইজ নকৰে৷ কাৰণ একোখন ৰাজ্যৰ সভাপতিৰ ওপৰত সংগঠনটোৰ কামকাজ নিৰ্ভৰ কৰে৷ সেয়ে একাধিক ৰাজ্যৰ সভাপতি সলনি কৰাৰ সিদ্ধান্ত লৈছে বিজেপি দলে৷ পঞ্জাৱৰ ক্ষেত্ৰত যদি চোৱা যায় তেন্তে বিগত সময়চোৱাত পঞ্জাৱত খুবেই দুৰ্বল হৈ পৰিছে বিজেপি দল৷ সেয়ে বিজেপি দলে সভাপতি সুনীল জাখৰক নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে৷ সুনীল জাখৰ পূৰ্বে কংগ্ৰেছ দলত আছিল৷ কংগ্ৰেছ দলত থাকোতেও সুনীল জাখৰে ৰাজ্যিক সভাপতিৰ দায়িত্বতেই আছিল৷ আনহাতে তেলেংগানাতো নজৰ দিছে বিজেপি দলে৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ইলেকছন মেনেজমেণ্ট কমিটিৰ চেয়াৰমেনো সলনি কৰিছে বিজেপি দলে৷

উল্লেখ্য যে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত মন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল৷ সভাৰ পাছতেই ৰাজ্যৰ সভাপতি সলনিৰ সিদ্ধান্ত লৈছে বিজেপিৰ শীৰ্ষমহলে৷ আনহাতে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা, সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হৈছিল৷ বৈঠকৰ পাছতেই ৰাজ্যসমূহৰ সভাপতিয়েই সলনি হোৱা নাই বিজেপিৰ জাতীয় কৰ্মকৰ্তা সমিতিতো পৰিবৰ্তন আহিছে৷ বিজেপিৰ কেন্দ্ৰীয় কৰ্মকৰ্তা সমিতিত স্থান লাভ কৰিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে৷

এই সালসলনিক লৈ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিজেপিয়ে সময় থাকোতেই খেল খেলিব বিচাৰিছে৷ ইফালে বিৰোধীও ঐক্যবদ্ধ হোৱাৰ দিশে আগবাঢ়িছে, সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে ৰাজ্যসমূহত ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
আপোনাৰ অলপমান সহায়ে ধনজিতক দিব নতুন জীৱন

আপোনাৰ অলপমান সহায়ে ধনজিতক দিব নতুন জীৱন

হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

হীৰুদাই কৈছিল, ‘মই নোহোৱা হ’লেও সুগন্ধি পখিলাজাক সামৰি সুতৰি ৰাখিব জানিলে তোমালোকৰ বুকুতে সদায় থাকিব৷’ কবিতাৰ ৰ’দ সিঁচি হীৰুদা গুচি যোৱাৰ ১১বছৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.