বোকাখাতত লেবৰেট’ৰীৰ ভুল ৰিপ’ৰ্টৰ বলি গৰ্ভৱতী। ‘শ্বেতা-সংগীতা হেল্থ কেয়াৰ’ৰ বিৰুদ্ধে ভুল ৰিপ’ৰ্টৰ অভিযোগ। মহিলাগৰাকীয়ে হেৰুৱালে দুটিকৈ গৰ্ভস্থ সন্তান।