• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

2 years ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

13 minutes ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

54 minutes ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

21 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

22 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

editor by editor
November 9, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব
0
SHARES
523
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰণবীৰ সিং-দীপিকা পাডুকন, ৰণবীৰ কাপূৰ-আলিয়া ভাট্ট, সিদ্ধাৰ্থ মলহোত্ৰা-কিয়াৰা আদৱানী, বিকি কৌশল-কেটৰীণা কাঈফ বলীউডৰ অন্যতম যুঁটি। অভিনয় জগতৰ ওপৰিও বিবাহিত জীৱনক লৈয়ো এওঁলোক চৰ্চিত হৈয়েই থাকে। কিন্তু বলীউডৰ এনে বহু তাৰকা আছে যিসকলে অন্য তাৰকাৰ সৈতে বাগদান পৰ্ব সম্পন্ন কৰিও বিবাহৰ সম্পৰ্কৰ পৰা পিছুৱাই আহিছে। ছলমান খানৰ পৰা আৰম্ভ কৰি এই তালিকাত আছে অক্ষয় কুমাৰৰ দলে বলীউড তাৰকাৰো নাম। নব্বৈৰ দশকৰ পৰা বলীউডত নিজৰ পৰিচয় গঢ়ি তুলিছে ৰণধীৰ কাপূৰৰ কন্যা কৰিশ্মা কাপূৰে। অমিতাভ বচ্চনৰ পূত্ৰ অভিষেক বচ্চনৰ সৈতে বেছ কিছু বছৰ ধৰি সম্পৰ্কত আছিল কৰিশ্মা। ২০০০ চনত ৰিফিউজি ছবিৰ মাধ্যমেৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিষেকে। বলীউডত ভৰি ৰখাৰ দুবছৰৰ ভিতৰত কৰিশ্মাৰ সৈতে বাগদানো সম্পন্ন হৈছিল অভিনেতা অভিষেকৰ।

বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ২০০২ চনত অমিতাভৰ জন্মদিনত বাগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল অভিষেক আৰু কৰিশ্মাই। কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছিদিন নিটিকিল। ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত অভিষেক আৰু কৰিশ্মাই তেওঁলোকৰ সম্পৰ্কত যতি পৰে। একে বছৰতেই উদ্যোগী সঞ্জয় কাপূৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কৰিশ্মা। কিন্তু এই সম্পৰ্ও বেছিদিন টিকি নাথাকিল। ইফালে ঐশ্বৰ্য ৰায়ৰ সৈতে ২০০৭ চনত বিবাহপাশত আৱদ্ধ হয় অভিষেক বচ্চন।

অভিষেক আৰু কৰিশ্মাৰ সম্পৰ্ক ভঙাৰ পাছত এই সম্পৰ্কত কেনেকৈ দূৰত্ব আহিল সেই সন্দৰ্ভত বচ্চন আৰু কাপূৰ পৰিয়ালে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰিলে। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি কৰিশ্মাৰ মাতৃয়ে এই বিবাহত আপত্তি দৰ্শাইছিল। সেয়ে অভিষেকৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে কৰিশ্মাই।

আশী, নব্বৈৰ দশকৰ আন এগৰাকী পৰিচিত অভিনেত্ৰী হৈছে সংগীতা বিজলানী। ছলমান খানৰ সৈতে বিবাহৰ কথা আছিল সংগীতা বিজলানীৰ। দুই তাৰকাৰ বাগদান পৰ্ব সম্পন্ন হোৱাৰ পাছতেই দুয়োৰে বিচ্ছেদ হয়। বলীউডৰ সূত্ৰৰ খবৰ মতে ছবিত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বেই সংগীতাৰ সৈতে পৰিচিত আছিল ছলমান খান। ১৯৮৬ চনৰ পৰা ৮ বছৰীয়া সম্পৰ্কৰ অন্তত দুয়ো বিবাহৰ বাবেও আগবাঢ়িছিল। ১৯৯৪চনৰ ২৭ মে’ত বিবাহৰ দিনো ধাৰ্য্য হৈছিল ছলমান আৰু সংগীতাৰ। বিবাহৰ কাৰ্ড ছপা হোৱাৰ পাছতো এই বিবাহ শেষ পৰ্যন্ত ভাঙি যায়।

সংগীতাৰ সৈতে সম্পৰ্কৰ বিচ্ছেদ অহাৰ পিছত অভিনেত্ৰী ছোমী আলিৰ সৈতে পৰকীয়া সম্পৰ্কত বান্ধ খাই ছলমান। বিবাহৰ কথা পাক্কা গোৱাৰ পাছত এইদৰে পৰকীয়া সম্পৰ্ক ৰখাক লৈ আপত্তি দৰ্শাই সংগীতাই। যাৰবাবে দুয়োৰে বিচ্ছেদ হয়। ছলমানেই প্ৰেমৰ বাবে চৰ্চাত আছিল তেনে নহয়। ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে বিবেক অৱৰয়ৰ সম্পৰ্কক লৈয়ো বলীউডত এসময়ত খুবেই চৰ্চা হৈছিল। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ছলমানৰ সৈতে সম্পৰ্কত যতি পৰাৰ পাছত বিবেকৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে ঐশ্বৰ্যৰ। কিন্তু সেই সম্পৰ্কও বেছিদিন নিটিকিল। ঐশ্বৰ্যৰ সৈতে সম্পৰ্ক গঢ়াৰ পূৰ্বে গুৰপ্ৰীতৰ সৈতে বাগদান সম্পূৰ্ণ কৰিছিল অভিনেতা বিবেকেও।

বলীউডৰ আন এগৰাকী অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু অভিনেতা অক্ষয় কুমাৰৰো বাগদান সম্পূৰ্ণ হৈছিল। কিন্তু ১৯৯৮ চনত দুই তাৰকাৰ সম্পৰ্কত যতি পৰে। সেই সময়ৰ ভাইৰেল খবৰমতে অক্ষয়ে ৰবীনাক কৈছিল যে বিয়াৰ পাছত তেওঁ বলীউড ত্যাগ কৰিব লাগিব। সেই বিষয়টোক লৈয়েই দুয়োৰে মতবিৰোধ হয়। ৰবীনাই স্পষ্টকৈ জনাই দিয়ে যে তেওঁ নিজৰ কেৰিয়াৰৰ সৈতে কোনোধৰণৰ বুজাবুজি কৰিব নোৱাৰে। এই বিষয়টোক লৈ ৰবীনা আৰু অক্ষয়ৰ সম্পৰ্কত যতি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
Next Post
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইলৰ যুদ্ধৰ পৰা ভাৰতৰ কি কি লাভ?

ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.