• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ দুমাহৰ পাছতে পুনৰ মাতৃ হ’বলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী, ফটো শ্বেয়াৰ কৰি জনালে খবৰ

বিয়াৰ দুমাহৰ পাছতে পুনৰ মাতৃ হ’বলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী, ফটো শ্বেয়াৰ কৰি জনালে খবৰ

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

4 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

4 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

4 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

5 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

6 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

7 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

10 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

11 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

11 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বিয়াৰ দুমাহৰ পাছতে পুনৰ মাতৃ হ’বলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী, ফটো শ্বেয়াৰ কৰি জনালে খবৰ

editor by editor
November 1, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিয়াৰ দুমাহৰ পাছতে পুনৰ মাতৃ হ’বলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী, ফটো শ্বেয়াৰ কৰি জনালে খবৰ
0
SHARES
552
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ দুমাহৰ পাছতে পুনৰ মাতৃ হ’বলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী, ফটো শ্বেয়াৰ কৰি জনালে খবৰ

আজিকালি বিয়াৰ পূৰ্বে গৰ্ভৱতী হোৱাটো এক ফেশ্বনত পৰিণত হৈছে ভাৰতীয় চিনেমা ক্ষেত্ৰত এইবাৰ পুনৰ এগৰাকী অভিনেত্ৰী মাতৃ হবলৈ ওলাইছে। পাছে এইবাৰ বিয়াৰ দুটা মাহৰ পাছতে পুনৰ মাতৃত্বৰ সোৱাদ পাবলৈ ওলাইছে এইগৰাকী অভিনেত্ৰী। বিয়াৰ পাছতে গৰ্ভৱস্থাৰ ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

এই অভিনেত্ৰীগৰাকী হৈছে এমি জেকচন। এগৰাকী ছুপাৰ মডেল হোৱাৰ লগতে ভাৰতীয় ছবিজগতৰ অভিনেত্ৰী এমিয়ে অক্ষয় কুমাৰৰ সৈতে ভাৰতীয় চিনেমাক হিট ছবি উপহাৰ দিছে। এমিৰ এই খবৰে এতিয়া স্বামী-স্ত্ৰী দুয়োকে সুখী কৰি তুলিছে।

ইয়াৰ পূৰ্বেও এমি এবাৰ মাতৃত্বৰ সোৱাদ লাভ কৰিছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে মাক হবলৈ ওলাইছে এমি। দুটা বছৰে ধৰি প্ৰেমিক এড ৱেষ্টেৱিক (ED Westwick)ক ডেট কৰাৰ পাছত চলিত ২০২৪ বৰ্ষৰে ২৫ আগষ্ট তাৰিখে বিবাহ পাশত আৱদ্ধ হয় এমি আৰু এড।

এমিয়ে দ্বিতীয়বাৰৰ মাতৃ হোৱৰ খবৰ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি সদৰি কৰিছে। এমিৰ প্ৰথমটো সন্তান ২০১৯ চনত জন্ম পাইছিল। বৰ্তমানে ৫ বছৰীয়া পুত্ৰ সন্তান এড্ৰিয়াছৰ পাছত এইবাৰ দ্বিতীয়টো সন্তানৰ। উল্লেখ্য যে, এমিৰ প্ৰথমটো সন্তান পূৰ্বৰ প্ৰেমিকৰ ফালৰ।

এমিৰ স্বামী বৰ্তমানে হলীউড ইণ্ডাষ্ট্ৰীত এগৰাকী অভিনেতাৰ লগতে এগৰাকী মিউজিচিয়ান হিচাপে কৰ্মৰত। এমিয়ো এক্টিঙৰ লগতে মডেলিঙৰ কাম সমানে আগবঢ়াই নিছে। ২০২২ চনত প্ৰথমবাৰৰ বাবে লগ পাইছিল দুয়ো-দুয়োকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressAmy JacsonBollywoodbollywood actressSuper Model
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
Next Post
‘৬ মাহ আইনাত নিজকে চোৱা নাছিলো…’ কেৰিয়াৰৰ আৰম্ভণিতে বিদ্যা বালনৰ সৈতে কি কৰিছিল প্ৰযোজকে?

‘৬ মাহ আইনাত নিজকে চোৱা নাছিলো...’ কেৰিয়াৰৰ আৰম্ভণিতে বিদ্যা বালনৰ সৈতে কি কৰিছিল প্ৰযোজকে?

দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.