• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

8 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

8 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

9 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

10 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

13 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

13 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

14 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

15 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

15 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

16 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

editor by editor
January 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…
0
SHARES
837
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বলিউডত কেইবাটাও প্ৰেমিক যুটি প্ৰায়ে চৰ্চাত থাকে। অমিতাভ বচ্চনৰ পৰা ৰণবীৰ সিঙৰ লৈকে সকলো তাৰকাৰ প্ৰেমে বিভিন্ন প্ৰসংগক লৈ সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক খবৰত প্ৰকাশ পাইছে যে, বলিউদ তাৰকাসকলে তেওঁলোকৰ পত্নীক মৰমত কি বুলি মাতে।

প্ৰকাশিত খবৰ অনুসৰি, ৰণবীৰ সিঙে তেওঁৰ মৰমৰ পত্নী দিপীকাক মৰমতে ‘টিটলি’ বুলি মাতে। অমিতাভ বচ্চনে পত্নী জয়া বচ্চনক মৰমতে ‘মেডাম’ নাইবা ‘দেৱী জী’ বুলি সম্বোধন কৰে। ইফালে কেটৰীণাক স্বামী বিকি কৌশলে ‘পেনিক বটন’ বুলি মাতি বেচি ভাল পায়।

অভিষেক বচ্চনে তেওঁৰ মোহময়ী পত্নীক ঐশ্বৰ্যা ৰায়ক ‘ৱাইফী’ নাইবা ‘ঐৰ্শ্ব’ বুলি মাতে। ইফালে কিছুদিনৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা সিদ্ধাৰ্থ মলহোট্টাই তেওঁৰ পত্নী কিৰাৱা আদৱানিক ‘বেবী’ বুলি মাতে। আনহাতে বছৰ বছৰ ধৰি সুখৰ সংসাৰ অতিবাহিত কৰা অজয়ে তেওঁৰ মৰমৰ পত্নী কাজলক নাম কাঢ়িয়ে মাতে। অভিনেতা শ্বাহৰুখ খানেও তেওঁৰ পত্নী গৌৰী খানক গৌৰী বুলিলে সম্বোধন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
Next Post
৩৩ কিঃগ্ৰাঃৰ স্বৰ্ণমুকুট নে কোটি টকাৰ চেক! সকলো স্পষ্ট কৰিলে মুকেশ আম্বানীয়ে

৩৩ কিঃগ্ৰাঃৰ স্বৰ্ণমুকুট নে কোটি টকাৰ চেক! সকলো স্পষ্ট কৰিলে মুকেশ আম্বানীয়ে

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.