• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

2 years ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

8 minutes ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

38 minutes ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

1 hour ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

3 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

10 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

11 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

11 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

12 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

12 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

13 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

15 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

editor by editor
May 10, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনপ্ৰিয় অভিনেতা, যিয়ে কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজ দিয়াৰ বাবে এৰি দিছিল অভিনয়

চিনেমাৰ জগতখনত অভিনয় ত্যাগ কৰি পিছত চলচ্চিত্ৰ পৰিচালক নইবা চলচ্চিত্ৰ প্ৰযোজক হোৱা বহু তাৰকাৰ কাহিনী আপুনি নিশ্চয় শুনিছে। বহু তাৰকাই অভিনয়ৰ লগতে ব্যৱসায়তো হাত উজান দিয়ে। অমিতাভ বচ্চন, দিলীপ কুমাৰ, অক্ষয় কুমাৰ, অজয় ​দেৱগনকে ধৰি বহু অভিনেতাই পৰ্দাত নিজৰ ছবিৰে দেশ সেৱাৰ মনোভাৱ দেখুৱাইছে। কিন্তু, জানেনে এগৰাকী এনে অভিনেতা আছে যিয়ে অভিনয় ত্যাগ কৰি দেশৰ স্বাৰ্থত কাৰ্গিল যুদ্ধত ভাৰতৰ হৈ সেনা হিচাপে নামি পৰিছিল।

টেৰিটৰিয়েল আৰ্মীত কেপ্তেইন, মেজৰ, কৰ্ণেল আদি সন্মানীয় উপাধিৰে সন্মানিত হৈছে ক্ৰীড়া জগতত এনে বহু তাৰকা। কিন্তু, দেশৰ সেৱাৰ বাবে অভিনয় এৰি কাৰ্গিল যুদ্ধত যোগদান কৰা এজন প্ৰবীণ অভিনেতাও আছিল। যিয়ে নিজৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পুৰষ্কাৰো লাভ কৰিছে, দেশৰ হৈ যুদ্ধও কৰিছে।

এই অভিনেতাগৰাকী আন কোনো নহয়, পৰিন্দা, তিৰংগা, ক্ৰান্তিৱৰ, অগ্নি সাক্ষী, খামোশী, ভূত আদি বহু ছুপাৰহিট ছবি দিয়া নানা পাটেকাৰ।

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত নানা পাটেকাৰে অভিনয় জীৱনৰ পৰা বিৰতি লৈ মাৰাঠা লাইট ইনফেণ্ট্ৰি ৰেজিমেণ্টত মেজৰ হিচাপে সেৱা আগবঢ়াইছিল। তেতিয়াৰ পৰাই তেওঁ ক্ৰীড়া শ্বুটাৰ হিচাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে, আনকি ছিনিয়ৰ বয়সৰ গোটতো পদক লাভ কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorindian armyNana Patekar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

August 7, 2026
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!
জীৱনশৈলী

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

August 7, 2026
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে
বিনোদন

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
Next Post
পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

পত্নীক কথা দিয়ামতেই তেওঁ মুখ্যমন্ত্ৰী, জনপ্ৰিয়তাৰে ৩ বছৰতে চেৰ পেলাইছে ১৫ বছৰ ৰাজত্ব কৰা মুখ্যমন্ত্ৰী তৰুণ গগৈকো

অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.