• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

1 month ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

3 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

4 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

4 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

4 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

7 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

7 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

8 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

কোন এইগৰাকী প্ৰতাৰক অভিনেতা স্বামী?

editor by editor
July 26, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰ্টিৰ পৰা প্ৰেমলৈ… প্ৰথম বিবাহৰ পৰা বিচ্ছেদ হোৱাৰ পিছত পুনৰ প্ৰেমত পৰে বলীউডৰ এইগৰাকী নায়ক। পাঁচ বছৰীয়া প্ৰেমৰ অন্তত ১৯৬৫ চনত বিবাহপাশত আবদ্ধ হৈ দুই সন্তানৰ পিতৃ-মাতৃ হয়। সকলোৰে মতে তেওঁলোকৰ এটা সুখী পৰিয়াল আছিল। ইয়াৰ পিছত সুদৰ্শন নায়কজন কৰ্মসূত্ৰে বাংগালুৰুলৈ গুচি যায়।

বাংগালুৰুত হায়দৰাবাদী ৰাজপৰিয়ালৰ কন্যা এয়াৰহোষ্টেছ জ্যোতিকা ধনৰাজগীক লগ পায়। তেওঁ নায়কতকৈ বহুত সৰু। তেওঁৰ লগত তেওঁ প্ৰেমত পৰে। যিহেতু জ্যোতিকা বাংগালুৰুত বাস কৰিছিল আৰু নায়কজন নিজেই মূলতঃ সেই চহৰৰ আছিল, সেয়েহে তেওঁ কৰ্ম ভ্ৰমণক অজুহাত হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ মুম্বাইৰ পৰা বেছি দিন আঁতৰি থাকি জ্যোতিকাৰ লগত সময় কটায়, পত্নী সুন্দৰী খান আৰু সন্তানক ঘৰত এৰি ৰঙীন পৃথিৱীত মচগুল। ইফালে মুম্বাইত থকা তেওঁৰ পত্নী আৰু সন্তানে একো জানিব পৰা নাছিল। এই সম্পৰ্ক বছৰ বছৰ ধৰি চলি থাকিল।

যেতিয়া পত্নীয়ে প্ৰেমৰ কথা গম পায়, তেতিয়া তেওঁ ৰৈ নাথাকিল। পিছত এটা সাক্ষাৎকাৰত তেওঁ এই সকলো কথা কয়। এই মানসিক অস্থিৰতা আৰু নিসংগতাৰ লগত খাপ খুৱাবলৈ তেওঁৰ প্ৰায় এবছৰ সময় লাগে।

জ্যোতিকাই বাৰে বাৰে নায়কক বিয়া পাতিবলৈ অনুৰোধ কৰিছিল। কিন্তু বিবাহিত নায়কজনে ক’লে, কথাবোৰ যিদৰে আছে তেনেকৈ তেওঁ সুখী আৰু বিষয়টো আৰু জটিল কৰি তুলিব নিবিচাৰে। জ্যোতিকা ৰৈ থাকিল। নায়কজনেও বিষয়টো পিছুৱাই লৈ গৈ থাকিল। বছৰ বছৰ ধৰি একেলগে থকাৰ পিছতো নায়কজন বিয়াৰ বাবে সাজু নাছিল। তেতিয়াই জ্যোতিকাই নিজৰ সিদ্ধান্ত ল’লে। সম্পৰ্ক শেষ কৰি তেওঁ বিদেশলৈ গুচি যায়।

এই নায়কজন আন কোনো নহয়, ফাৰ্দিন খানৰ পিতৃ ফিৰোজ খান। এই নায়ক আন কোনো নহয়, ফাৰ্দিন খানৰ পিতৃ ফিৰোজ খান। পৰিয়ালৰ বিভেদৰ মাজতে ফাৰ্ডিনে ডাঙৰ হৈছিল। ২০০০ চনৰ আৰম্ভণিতে তেওঁৰ হিট ছবিৰ ধাৰাবাহিকতা বৰ্তাই আছিল যদিও ২০০১ চনত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ কেৰিয়াৰ স্তব্ধ হৈ পৰে। এটা দশকৰো অধিক সময় ছবিৰ পৰা আঁতৰি যায়। তেওঁৰ অস্বাভাৱিক পৰিমাণৰ ওজন বৃদ্ধি পাইছিল আৰু ২০২৩ চনত ‘ভিছফ’ট’ ছবিৰে প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ ৰূপান্তৰ সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰিছিল। ২০০৯ চনৰ ২৭ এপ্ৰিলত বেংগালুৰুত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৬৯ বছৰ বয়সত ফিৰোজ খানৰ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ'ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ'ব বৃদ্ধি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.