• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

3 weeks ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

9 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

11 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

11 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

11 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

12 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

12 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

14 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

15 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

15 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

15 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

16 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

সমাজৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ অকলে কন্যা মাচাবাক ডাঙৰ-দীঘল কৰাৰ পৰা আৰম্ভ কৰি কাষ্টিং কাউচৰ বিৰুদ্ধে মাত মাতিবলৈ নীনাই সদায় সাজু।

editor by editor
September 12, 2026
in বিনোদন, বিবিধ, লেখা
0
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰূপালী পৰ্দাতেই হওক বা ব্যক্তিগত জীৱনতেই হওক, অভিনেত্ৰী নীনা গুপ্তাই জীৱনৰ প্ৰতিটো অধ্যায়তে ছাঁচ ভাঙিবলৈ সাহস দেখুৱাইছে। ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ সৈতে সম্পৰ্কৰ সময়ত অবিবাহিত অৱস্থাত গৰ্ভৱতী হোৱাৰ পৰা আৰম্ভ কৰি সমাজৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ কন্যা মাচাবাক অকলে ডাঙৰ-দীঘল কৰালৈকে, কাষ্টিং কাউচৰ বিৰুদ্ধে মাত মাতিবলৈলৈকে নীনাই সদায় নিজৰ চৰ্তত জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু বিতৰ্কই কেতিয়াও তাইৰ পক্ষ এৰি নাযায়। আনকি ৬৭ বছৰ বয়সতো যেতিয়া শুনিব লাগে ‘কেতিয়া বিয়া হ’ব?’ বা ডাঙৰ পেটেৰে কটুক্তি সহ্য কৰিবলগীয়া হৈছে, এই অভিনেত্ৰীগৰাকীয়ে আকৌ এবাৰ প্ৰমাণ কৰিছে যে কেনেকৈ সঁহাৰি জনাব লাগে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত নীনাক সোধা হৈছিল যে যেতিয়া তেওঁৰ চৌপাশৰ মানুহে তেওঁক সুধি থাকে, “আপুনি কেতিয়া বিয়া হ’ব?” নীনাই পোনে পোনে উত্তৰ দিয়ে। তেওঁ ক’লে, “মই স্পষ্টকৈ কওঁ, মই তোমাৰ দেউতাকৰ টকাৰে জীয়াই নাথাকো ব্ৰ’! মই কোনো কাৰণতে তোমাৰ ওপৰত নিৰ্ভৰশীল নহয়। গতিকে তোমাৰ কি সমস্যা?”

কেৱল বিবাহৰ প্ৰশ্নই নহয়, এমাহ পূৰ্বে নেটিজেনৰ পৰা এক অদ্ভুত প্ৰথাৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে। হায়দৰাবাদত দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মণ্ডনাৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হয় নীনা গুপ্তা আৰু তেওঁৰ স্বামী বিবেক মেহৰা। যদিও কন্যা মাচাবা গুপ্তাই ডিজাইন কৰা বগা শাৰী এখনত চকু কপালত তুলিছিল যদিও কঁকালৰ সামান্য ফুলি উঠা অংশই নেটিজেনৰ এটা অংশৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰু সেইবাবেই ষাঠি বছৰ বয়সত পুনৰ গৰ্ভৱতী হৈছে বুলি কোৱা হয়!

অভিনেত্ৰীগৰাকীয়েও নিজৰ হাস্যৰস আৰু কটু শৈলীৰে এই বিষয়টোক লৈ মুকলিকৈ কৈছে। নীনাৰ সৎ কথা, “সেইদিনা শাৰীখন পিন্ধাৰ পিছত ক্ৰীজ বা ভাঁজৰ বাবে কঁকালৰ ওচৰত অলপ ফুলি উঠিছিল। বাৰু, মানুহে ক’বলৈ ধৰিলে যে মই ৬০ বছৰ বয়সতে গৰ্ভৱতী! মই মোৰ পি আৰ টিমকো কওঁ যে মই সঁচাকৈয়ে গৰ্ভৱতী! মোক মোটা বুলি কয় – হয়, মই গৰ্ভৱতী!”

বয়স যে মাত্ৰ এটা সংখ্যা সেই কথা প্ৰমাণ কৰি ট্ৰ’লৰ প্ৰতি নীনা গুপ্তাৰ শক্তিশালী সঁহাৰিয়ে তেওঁৰ স্পষ্টবাদীতা আৰু হাস্যৰসৰ বাবে পুনৰবাৰ পঞ্চমুখ অনুৰাগীৰ প্ৰশংসা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.