• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!

Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!

35 minutes ago
সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

6 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

1 hour ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ? এয়া কোনো ৰোগ নেকি জানক

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ? এয়া কোনো ৰোগ নেকি জানক

2 hours ago
নখ দীঘল কৰিব বিচাৰে, কিন্তু ভাঙি যায়? এয়া কি ৰোগৰ লক্ষণ জানক

নখ দীঘল কৰিব বিচাৰে, কিন্তু ভাঙি যায়? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
Relationship OCD কি? ই কেনেকৈ দম্পতীৰ মাজত সমস্যাৰ সৃষ্টি কৰে জানক

Relationship OCD কি? ই কেনেকৈ দম্পতীৰ মাজত সমস্যাৰ সৃষ্টি কৰে জানক

3 hours ago
সকলোৱে পিন্ধাটো অনুচিত হীৰাৰ আঙুঠি, পৰিব অশুভ প্ৰভাৱ!

সকলোৱে পিন্ধাটো অনুচিত হীৰাৰ আঙুঠি, পৰিব অশুভ প্ৰভাৱ!

3 hours ago
বিশ্বজুৰি ডাউন META চাৰ্ভাৰ, হঠাৎ বন্ধ হৈ পৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম

বিশ্বজুৰি ডাউন META চাৰ্ভাৰ, হঠাৎ বন্ধ হৈ পৰে ফেচবুক আৰু ইনষ্টাগ্ৰাম

4 hours ago
বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

বুকুৰ ধপধপনি বাঢ়িছে ছানী লিয়নীৰ! CID ৰ নজৰত কিয় আহিল মোহময়ী অভিনেত্ৰীগৰাকী?

5 hours ago
‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

6 hours ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

6 hours ago
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

8 hours ago
এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!

বলীউডৰ কোন প্ৰবীণ অভিনেতাৰ মৃত্যু? সবিশেষ জানো আহক

editor by editor
June 12, 2026
in বিনোদন, বিবিধ, লেখা
0
Bollywood Actor Death: জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, বলীউডত শোকৰ ছাঁ!
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকৰ গভীৰ ছাঁ পৰিছে বলীউডত। বলীউডৰ অভিনেতা দিনিয়াৰ তিৰান্দজৰ  দেহাৱসান। প্ৰবীণ অভিনেতাগৰাকীয়ে কেইবাটাও টিভি শ্ব’ আৰু ছবিত অভিনয় কৰিছে। দিনিয়াৰে চিনেমা আৰু বিভিন্ন শ্ব’ত হাস্যৰস আৰু পাৰ্চী চৰিত্ৰত অভিনয় কৰিছিল। দৰ্শকৰ মাজত তেওঁ জনপ্ৰিয় মুখ হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাত তেওঁৰ সহ অভিনেতা, অনুৰাগী আৰু চলচ্চিত্ৰ জগতৰ সদস্যসকলে শোক প্ৰকাশ কৰে। দিনিয়াৰৰ মৃত্যুৰ খবৰটো প্ৰথমে শ্বেয়াৰ কৰিছিল ফেচবুক গ্ৰুপ ‘পাৰ্চি জড়োষ্ট্ৰিয়ানছ ৱৰ্ল্ডৱাইড – দ্য হায়দ্ৰাবাদী পেজ’ই। বিয়লি ৩:৪৫ বজাত মুম্বাইৰ ৱাডিয়া বাংলোত শেষ নিশ্বাস ত্যাগ কৰে দিনিয়াৰ তিৰান্দজে।

১৯৮৪ চনত ৰমেশ তালৱাৰৰ পৰিচালনাত নিৰ্মিত একচন ছবি ‘দুনিয়া’ৰ জৰিয়তে দিনীয়াৰ তিৰান্দজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।তাৰ পিছত তেওঁ ‘নুক্কাৰ’ (১৯৮৬-৮৭) আৰু ‘ব্যোমকেশ বাক্ষী’ (১৯৯৩) আদি ধাৰাবাহিকত অভিনয় কৰিছিল। কিন্তু ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈ প্ৰচাৰিত জনপ্ৰিয় চিটকম ‘জুবান সংহল কে’ত মিষ্টাৰ কেকিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

June 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

June 12, 2026
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ? এয়া কোনো ৰোগ নেকি জানক

June 12, 2026
নখ দীঘল কৰিব বিচাৰে, কিন্তু ভাঙি যায়? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

নখ দীঘল কৰিব বিচাৰে, কিন্তু ভাঙি যায়? এয়া কি ৰোগৰ লক্ষণ জানক

June 12, 2026
Next Post
সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

সপোনত বাৰে বাৰে গাড়ী দূৰ্ঘটনা দেখা, ই কিহৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.