• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন স্বামীক মুকলিকৈ বেকাৰ বুলি কৈছিল, অৱশেষত ক্ষমা বিচাৰিলে মেৰিকমে, ক্ষমা খুজি কি কৈছে মেৰিকমে?

প্ৰাক্তন স্বামীক মুকলিকৈ বেকাৰ বুলি কৈছিল, অৱশেষত ক্ষমা বিচাৰিলে মেৰিকমে, ক্ষমা খুজি কি কৈছে মেৰিকমে?

1 month ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

11 minutes ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

2 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

3 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

3 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

3 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

4 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

5 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

5 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

9 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰাক্তন স্বামীক মুকলিকৈ বেকাৰ বুলি কৈছিল, অৱশেষত ক্ষমা বিচাৰিলে মেৰিকমে, ক্ষমা খুজি কি কৈছে মেৰিকমে?

প্ৰাক্তন স্বামীক মুকলিকৈ বেকাৰ বুলি কৈছিল, অৱশেষত ক্ষমা বিচাৰিলে মেৰিকমে, ক্ষমা খুজি কি কৈছে মেৰিকমে?

editor by editor
February 2, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰাক্তন স্বামীক মুকলিকৈ বেকাৰ বুলি কৈছিল, অৱশেষত ক্ষমা বিচাৰিলে মেৰিকমে, ক্ষমা খুজি কি কৈছে মেৰিকমে?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কৰ মাজতেই মুখ খুলিছে মেৰিকমে৷ ইয়াৰ পূৰ্বে তেওঁৰ এজনে আনজনক বিভিন্ন ধৰণে দোষাৰোপ কৰি আছিল৷ প্ৰাক্তন স্বামী কাৰুণ অনলেৰক বেকাৰ বুলি কৈছিল মেৰিকমে৷ সেই মন্তব্যক বহুতেই ভালকৈ লোৱা নাছিল৷ এইবাৰ সেয়ে ভিডিঅ’ বাৰ্তাযোগে ক্ষমা বিচাৰিছে ৬বাৰৰ বিশ্বচেম্পিয়ন বক্সাৰ মেৰিকমে৷ ভিডিঅ’বাৰ্তাত তেওঁ জনাইছে যে তেওঁ কাকো আঘাত দিব খোৱা নাছিল৷

ইনষ্টাগ্ৰামত এক ভিডিঅ’বাৰ্তাত মেৰিয়ে কয়, ‘কাকো আঘাত কৰা, সমাজত ভাঙোন ধৰাৰ বাবে বা নেতিবাচক বাৰ্তা দিয়াৰ কোনো উদ্দেশ্য নাছিল৷ কাকো আঘাত দিব খোজা নাছিলো৷ আৰম্ভণিৰে পৰাই আমাৰ বিবাহিত জীৱনত সমস্যা আছিল বুলিব নোৱাৰি৷ প্ৰথমে সকলো ঠিকেই আছিল৷ কিন্তু ধীৰে ধীৰে সমস্যা বাঢ়িল৷ ফলত আমি এজনে আনজনক জীৱনৰ পৰা বিদায় দিয়াৰ সিদ্ধান্ত লৈছো৷

প্ৰাক্তন স্বামীয়ে কোনো ৰোজগাৰ নকৰে, গলিয়ে গলিয়ে ফুটবল খেলি ফুৰা বুলি অভিযোগ কৰিছিল মেৰিয়ে৷ সেই বিষয়টো ফুটবলপ্ৰেমীয়েও ভাল ভাৱে লোৱা নাই৷ সেই বিষয়েও ছাফাই দিছে মেৰিকমে৷ মেৰিকমে জনাইছে যে ফুটবল, যুৱ সম্প্ৰদায় বা ক্ৰীড়াবিদৰ বিৰুদ্ধে তেওঁৰ কোনো অভিযোগ নাই৷ মেৰিকমে এই বিষয়ত কৈছে, ‘মোৰ কথা ভুল বাখ্যা কৰা হৈছে৷ বহু এনে ব্যক্তি আছে যিয়ে জীৱনত বহু যুঁজ কৰি উঠি আহিছে৷ সাফল্য লাভ কৰিছে৷ ফুটবলত সুনীল ছেত্ৰী, বাইছুং ভুটিয়াৰ দৰে তাৰকাই দেশক কিমান সন্মান আনি দিছে৷ যদি মোৰ কথাত কোনোৱে আঘাত পাইছে তেন্তে মই ক্ষমা বিচাৰিছো৷’

১৮ বছৰৰ বিবাহিত জীৱন কটোৱাৰ পাছত ২০২৩ চনৰ ডিচেম্বৰত বিবাহ বিচ্ছেদ হয় মেৰিকম আৰু অনলেৰৰ৷ বিগত মাহত এক সাক্ষাৎকাৰত প্ৰাক্তন স্বামীক বেকাৰ বুলি আখ্যা দি চৰ্চালৈ আহে এই খবৰ৷ মেৰিকমে কৈছিল, ‘সফল কেৰিয়াৰ দূৰৈৰ কথা, অনলৰয়ে গলিয়ে গলিয়ে ফুটবল খেলি ফুৰে৷ কোনোদিনো এটকাও উপাৰ্জন কৰি পোৱা নাই৷ কোনো ত্যাগ, অবদান নাই৷ দিনেনিশাই কেৱল টোপনি মাৰি থাকে৷ মই বহু টকা উপাৰ্জন কৰিছো৷ বিশ্বাস কৰি তেওঁৰ হাতত সকলোবোৰ তুলি দিছিলো৷ সংসাৰৰ আৰ্থিক বিষয়বোৰত মই মূৰ ঘমোৱা নাছিলো৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল৷ কিন্তু যেতিয়াই মই বিষয়বোৰত চকু দিলো তেতিয়া বুজিলো ভিতৰত কি চলি আছে৷ চাৰিওফালে বহু ধাৰ৷ মোৰ সম্পত্তি বন্ধকত দি ধাৰ কৰিছে৷ সেই ধাৰ শোধো কৰিব পৰা নাই৷ ফলত আমাৰ সকলো সম্পত্তি বাজেয়াপ্ত হৈ গৈছে৷’

মেৰিকমে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই মন্তব্য ৰখাৰ পাছতেই মেৰিকমৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ অভিযোগ আনিছে মেৰিকমৰ স্বামীয়ে৷ মেৰিকমৰ স্বামীয়ে এই সন্দৰ্ভত কৈছিল, ‘সন্তানৰ মুখলৈ চাই আইনী যুঁজ কৰা নাই৷ কিন্তু সম্পত্তি হস্তগত কৰা বিষয়টো মই নামানো৷ ২০১৩ চনৰ পৰা এগৰাকী জুনিয়ৰ বক্সাৰৰ সৈতে পৰকীয়াত সোমাইছে মেৰিকম৷ সেই বিষয়ক লৈ মোৰ সৈতে তুমুল যুঁজো চলিছে৷ তাতেই শেষ নহয়, মেৰিৰ দ্বিতীয় পৰকীয়াৰ কথা জনাই অনলৰে কৈছে, ‘২০১৭ চনৰ পৰা নিজৰ বক্সিং একাডেমিত নিযুক্ত এগৰাকী কৰ্মীৰ সৈতেও সম্পৰ্ক আছিল৷ তেওঁলোকৰ হোৱাটছএপ চাটৰ প্ৰমাণ আছে৷ কিন্তু মই চুপ আছো৷ তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ থাকিলে প্ৰমাণ দেখুৱাবলৈকো দাবী কৰিছিল অনলৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?

ৰোহিত চেট্টী কাৰ টাৰ্গেট হৈছে? সম্প্ৰতি ৰোহিতে কিনিছে ৪.৫০ কোটি টকাৰ বাহন, কিমান সম্পত্তিৰ মালিক ৰোহিত?

এণ্টাৰ্কটিকাৰ সমুদ্ৰ জলাধাৰে সলনি কৰিছে সোঁত! ওলোটাফালে গতি কৰিছে সোঁতে! বাঢ়িছে পানীত নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

এণ্টাৰ্কটিকাৰ সমুদ্ৰ জলাধাৰে সলনি কৰিছে সোঁত! ওলোটাফালে গতি কৰিছে সোঁতে! বাঢ়িছে পানীত নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.