• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

1 year ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

7 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

8 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

8 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

9 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

9 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

10 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

11 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

12 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

13 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

13 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

14 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

editor by editor
May 11, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুঁদ্ধৰ সময়। সকলোফালে হাহাকাৰ, সকলোফালে সাধাৰণ জনতাই ভয়ত কেৱল ওপৰত বহি থকা জনক প্ৰাৰ্থনা জনাইচে ভাৰতীয় সেনাৰ বিজয়ৰ বাবে, নিজৰ জীৱনৰ বাবে। সেই হেন হাহাকাৰময় পৰিস্থিতিত মুকলিলৈ ওলাই আহিছিল ৩০০ মহিলা।

যি মহিলাই পাকিস্তানৰ পৰা আহি থকা বোম-বাৰুদক ভয় নকৰি বিশেষভাৱে সহায় কৰিছিল ভাৰতীয় সেনাক। সেই ৩০০ নাৰীৰ বীৰত্বৰ কথা কৈ শেষ কৰিব নোৱাৰি। গাঁৱৰ ভিতৰৰ পৰা ওলাই আহিছিল কেৱল ভাৰতীয় সেনাক সহয় কৰাৰ উদ্দেশ্যে। যাৰ সাহসিকতাৰ কাহিনীৰ ওপৰত নিৰ্মাণ হৈছে ভাৰতীয় চবিয়ো।

এয়া ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়। গুজৰাটৰ ভূজৰ মাধাপাৰ গাঁৱৰ ৩০০ গৰাকী মহিলাৰ কাহিনী । ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত অসামৰিক বীৰত্বৰ এক উল্লেখযোগ্য ঘটনা।

১৯৭১ চনৰ ৮ ডিচেম্বৰত পাকিস্তান বায়ুসেনাই ভূজ বিমানঘাটিত বিমান আক্ৰমণ চলাই প্ৰায় ৬৪টা বোমা নিক্ষেপ কৰে, যাৰ ফলত একাধিক স্থানত ৰাণৱেৰ যথেষ্ট ক্ষতিসাধন হয়। ৰাণৱে অক্ষম হোৱাৰ বাবে ভাৰতীয় যুঁজাৰু বিমানে উৰণ বা অৱতৰণ কৰিব নোৱাৰে, যাৰ ফলত যুদ্ধৰ এক গুৰুত্বপূৰ্ণ সময়ত প্ৰতিৰক্ষা অভিযানৰ বাবে এক বৃহৎ বিপদৰ সৃষ্টি হয়।

দেশপ্ৰেম আৰু সাহসৰ এক অসাধাৰণ কাৰ্য্যত এই ৩০০ গৰাকী স্থানীয় মহিলাই, বেছিভাগেই কুচ অঞ্চলৰ ৰাবাৰী সম্প্ৰদায়ৰ, ওলাই আহি বিধ্বস্ত ৰানৱে তথা বিমানপথটো পুনৰ নিৰ্মাণত সহায় কৰে।

ভাৰতীয় বায়ুসেনাৰ নিৰ্দেশনাত আৰু অধিক বোমা বিস্ফোৰণৰ আশংকা থকাৰ বাবে সেই ৩০০ মহিলাই প্ৰায় ৭২ ঘণ্টা ধৰি অক্লান্তভাৱে কাম কৰি, প্ৰায়ে আন্ধাৰৰ আৱৰণত আৰু নূন্যতম সুৰক্ষাৰে, ৰাণৱে মেৰামতি কৰে, যাতে ভাৰতীয় বায়ু সেনাই পুনৰ যুঁজ কৰিব পাৰে।

তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই ৰাণৱেটো পুনৰ কাৰ্যক্ষম হৈ উঠে। এই ৩০০ মহিলাৰ অৱদানে যুদ্ধৰ সময়ত সাধাৰণ নাগৰিকৰ শক্তি আৰু স্থিতিস্থাপকতা প্ৰদৰ্শন কৰাই নহয়, ভাৰতৰ যুদ্ধ প্ৰচেষ্টাতো যথেষ্ট সহায় কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে পুনৰ মহাশক্তিৰে যুঁজত নামি পৰিছিল ভাৰতীয় সেনা।

এই বীৰত্বপূৰ্ণ কাৰ্য্য তেতিয়াৰ পৰাই ভাৰতৰ যুদ্ধকালীন লোককথাৰ অংশ হৈ পৰে। শেহতীয়া বছৰবোৰত এই বীৰত্বৰ কাহিনী কিতাপত, সংবাদ মাধ্যমৰ বাতৰিত স্মৰণ কৰা হৈছে, আনকি ২০২১ চনত অজয়​দেৱগনে অভিনয় কৰা বলীউডৰ ছবি ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়াতো প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bhuj RunwayIndia Pakistan WarIndian Brave WomenWomen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?
জীৱনশৈলী

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

August 5, 2026
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
Next Post
পাক নিষিদ্ধ সংগঠনে ধৰি নিছিল এইগৰাকী অভিনেত্ৰীৰ পিতৃক, ৭ দিনলৈ নাছিল কোনো খবৰ

পাক নিষিদ্ধ সংগঠনে ধৰি নিছিল এইগৰাকী অভিনেত্ৰীৰ পিতৃক, ৭ দিনলৈ নাছিল কোনো খবৰ

যদি পাকিস্তানৰ পৰা গুলি চলে, ভাৰতৰ পৰা গোলা-বাৰুদ চলিব- মোদীৰ কঠোৰ মন্তব্য

যদি পাকিস্তানৰ পৰা গুলি চলে, ভাৰতৰ পৰা গোলা-বাৰুদ চলিব- মোদীৰ কঠোৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.