• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

4 years ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

8 minutes ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

16 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

26 minutes ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

1 hour ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

2 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

3 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

4 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড

editor by editor
January 22, 2023
in অপৰাধ, বিশ্ব
0
২৫০ গৰাকী যৌনদাসী ৰাখিছিল! প্ৰতিদিনেই কৰোৱাইছিল এই কাম…আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ড
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৫০ জন যৌন দাসী ৰাখিছিল ব্যক্তিগৰাকীয়ে৷ কেৱল যৌনদাসীৰ সৈতেই সম্পৰ্ক ৰাখিছিল এনে নহয়৷ জীৱ-জন্তুৰ সৈতেও যৌন সম্পৰ্ক কৰিছিল এইজন ব্যক্তিয়ে। আৰক্ষীৰ তদন্ততেই ধৰা পৰিছে ব্ৰাজিলৰ ‘যৌন অপৰাধী’। এই নৰকীয় কাণ্ড সংঘটিত হৈছে লেটিন আমেৰিকাৰ দেশ ব্ৰাজিলত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। ৩২ বছৰীয়া অভিযুক্তগৰাকীৰ নাম ৰনি শ্বেলব। তদন্তকাৰীৰ মতে, ৰ’নীয়ে কমেও ২৫০ গৰাকী যুৱতীক যৌন দাসী হিচাপে ৰাখিছিল। ব্ৰাজিলৰ এই অভিযুক্তই যুৱতীকেইগৰাকীক ব্লেকমেইলিঙ কৰি কোটি কোটি টকাও উপাৰ্জন কৰিছিল।

নাৰী সৰবৰাহৰ চক্ৰৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে অপৰাধী ৰনিৰ বিৰুদ্ধে। ২০১৯ চনত এগৰাকী যুৱতীয়ে ৰনিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। লগে লগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। সেই বছৰৰ ১১ অক্টোবৰত ৰনিক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ মতে, ৰ’নীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে মহিলাৰ সৈতে যোগাযোগ কৰিছিল। ব্ৰাজিলৰ পুলিচে কয় যে যুৱতীক টকাৰ প্ৰলোভনত যৌন দাসী বনাইছিল ৰ’নীয়ে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছোৱালীৰ লগত ৰ’নীয়ে মত বিনিময় কৰিছিল। তেওঁলোকৰ কোনোবাই যদি কাম কৰিবলৈ মান্তি হয় তেন্তে তেওঁ বিভিন্ন লোভনীয় সামগ্ৰী উপহাৰ হিচাপে দিবলৈ আৰম্ভ কৰিছিল। অভিনয় কৰিলে ২ লাখ টকা পাব বুলি ৰ’নীয়ে আশ্বাসো দিছিল।

উল্লেখ্য যে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ উপৰিও ৰ’নীয়ে কিশোৰ-কিশোৰীকো লক্ষ্য কৰি ল’বলৈ আৰম্ভ কৰিছিল। সেই দাবী ব্ৰাজিলৰ আৰক্ষীৰ। ২০১৯ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত ব্ৰাজিলৰ এই যুৱকজনে এটা চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে। ৰ’নীয়ে আদালতত দাবী কৰে যে তেওঁ কোনো অপৰাধ সংঘটিত কৰা নাই। কেৱল সেয়াই নহয়, তেওঁ লগতে কয় যে যৌনদাসী ৰখাটো তেওঁৰ অধিকাৰৰ ভিতৰত পৰে। বৰ্তমান এই যুৱক ব্ৰাজিলৰ কাৰাগাৰত বন্দী হৈ আছে। আদলতে তেওঁক ৪০ বছৰ সশ্রম কাৰাদণ্ড দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assamworld news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
Next Post
অসমত কেৱল জুবিনেই চলে! শ্বাহৰুখৰ পাঠান নে জুবিনৰ ডঃ বেজবৰুৱা-২ চলিব অসমত?

অসমত কেৱল জুবিনেই চলে! শ্বাহৰুখৰ পাঠান নে জুবিনৰ ডঃ বেজবৰুৱা-২ চলিব অসমত?

কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা…

কলিজা আইতাই মাতিব খুজিও মাতিব পৰা নাই! দেওবাৰে নিশাৰে পৰা ভেণ্টিলেছনত আছে কলিজা আইতা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.