• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

2 years ago
Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

16 minutes ago
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

45 minutes ago
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

1 hour ago
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

2 hours ago
Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

3 hours ago
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

20 hours ago
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

21 hours ago
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

22 hours ago
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

23 hours ago
পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

23 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

24 hours ago
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?

editor by editor
August 17, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
তিনি বছৰত তিনিবাৰ ভাঙিল! মুখ্যমন্ত্ৰী নীতীশৰ সপোনৰ সেতু নিৰ্মাণৰ কাম শেষ হ’বনে? যাতায়াত চলিবনে ১৭০০ কোটিটকীয়া সেতুৰে?
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এবাৰ নহয়, নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত দুবছৰৰ ভিতৰত তিনিবাৰ ভাঙি পৰিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিৰ্মাণ কৰাই থকা ‘সাধেৰ’ সেতু৷ ছুলতানগঞ্জ- আগুৱানী ঘাটত গংগাৰ ওপৰত সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল নবছৰ পূৰ্বেই৷ ভাগলপুৰ জিলাৰ সৈতে খাগৰিয়া জিলালৈ সংযোগস্থাপনত কোটি কোটি টকা ব্যয় কৰি এই সেতু নিৰ্মাণৰ কাম চলিছে৷ খাগৰিয়াৰ পৰা ছুলতানগঞ্জলৈ যাবলৈ এতিয়া বহুদূৰ পথ অতিক্ৰম কৰিব লাগে৷ এই দলঙে সেই দূৰত্ব কমাই আনিব৷ লগতে সময় আৰু তেলো যথেষ্ট ৰাহি হ’ব৷

২০১৫ চনতেই পৰিকল্পনামতে আৰম্ভ হৈছিল এই দলঙৰ কাম৷ ২০১৪ চনৰ ২৩ ফেব্ৰুৱাৰীত এই সেঁতুৰ শিলান্যাস হৈছিল৷ ৩.১৬ কিঃমিঃ দীৰ্ঘ এই সেঁতু নিৰ্মাণৰ নামত বিহাৰ চৰকাৰে মুকলি কৰি দিছিল ১৭১০ টকা৷ সেই আধাৰশিলা স্থাপনৰ ৯বছৰ সম্পূৰ্ণ হ’ল৷ কিন্তু দুই জিলা আজিও সংযোগ নহ’ল৷ এফালৰ পৰা নিৰ্মাণকাৰ্য চলি গৈছে আনফালে ভাঙিও গৈছে৷ এবাৰ দুবাৰ নহয় মুঠ ৩বাৰ ভাঙিছে সেই সেঁতু৷ শনিবাৰে সেই সেঁতুৰ এক বিশাল অংশ শনিবাৰে অৰ্থাৎ আজি আকৌ ভাঙি পৰিছে৷

বাৰে বাৰে কিয় এই সেঁতু ভাঙে সেই বিষয়টোক লৈ পূৰ্বেও প্ৰশ্ন উঠিছিল৷ নিম্নমানৰ নিৰ্মাণসামগ্ৰী ব্যৱহাৰৰ অভিযোগো উত্থাপিত হৈছিল৷ ইয়াৰ পূৰ্বে ২০২২ চনতো এবাৰ ভাঙি পৰিছিল এই সেতু৷ ভাগলপুৰৰ কাষত এই সেতুৰ এটা অংশ ভাঙি পৰিছিল৷ তাৰপাছতেই ২০২৩ চনৰ জুন মাহত খাগৰিয়াৰ ফালে ভাঙি পৰিছিল সেঁতুৰ অংশ৷ দুবাৰ ভাঙি পৰাৰ পাছত নিৰ্মাণকাৰী সংস্থাক জৰিমনাও বিহিছিল বিহাৰ চৰকাৰে৷ কেৱল সেয়াই নহয় পুন নিৰ্মাণৰ খৰচো তেওঁলোকেই বহন কৰিব লাগিব বুলি নিৰ্দেশনা প্ৰকাশ পাইছিল৷ সেই ঘটনাৰ পৰাও শিক্ষা নল’লে নিৰ্মাণকাৰী সংস্থাই৷ যাৰ বাবে আকৌ এবাৰ ভাঙি পৰিছে নিৰ্মাণ শেষ নোহোৱা বিশেষ দলংখন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা
প্ৰযুক্তি

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

April 5, 2026
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

April 5, 2026
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?
ক্ৰীড়া

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

April 5, 2026
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা
বাণিজ্য

৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

April 5, 2026
Next Post
ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.