• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

13 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

13 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

13 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

13 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

14 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

14 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

14 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

15 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

15 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 day ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ভয়ংকৰ শনিৰ মহাদশা! ১৯ বছৰ ধৰি ভুগিব লাগিব কষ্ট, কেনেকৈ মুক্তি পাব আপুনি?
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিক ন্যায়ৰ দেৱতা আৰু কৰ্মফলদাতা বুলি কোৱা হয়৷ জ্যোতিষ গণনা অনুসৰি শনি অত্যন্ত নিষ্ঠুৰ প্ৰকৃতিৰ আৰু পাপী গ্ৰহ৷ ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে শনিয়ে৷ কুকৰ্ম কৰিলে শনিয়ে যেনেকৈ কাকোৱে এৰি নিদিয়ে তেনেকৈ ভাল কাম কৰিলে পুৰস্কৃতও কৰে৷ শনিৰ সৈতে জড়িত আছে কেইবাটাও দশা৷ শনিৰ ৰোষত কেনেবাকৈ পৰিলে সেই ব্যক্তিয়ে জীৱনত বহু দুৰ্ভোগ ভূগিবলগা হয়৷ এই দুই দশা যেতিয়া আৰম্ভ হয় তেতিয়া চাৰে ৭ বছৰ নতুবা আঢ়ৈ বছৰ ধৰি থাকে৷

শনিৰ মহাদশা

জ্যোতিষ অনুসৰি ১৯ বছৰ ধৰি শনিৰ মহাদশাৰ কবলত থাকে ব্যক্তি৷ এই সময়ত সমস্ত আৰু শুভ আৰু অশুভ গ্ৰহৰ অন্তৰ্দশা চলে৷ ইয়াৰ সৈতে প্ৰত্যন্তৰ দশাও চলে৷ শনিৰ মহাদশাৰ সময়ত অন্তৰ্দশাৰ পৃথক পৃথক ফলাফল পোৱা যায়৷ কোষ্ঠীত শনি শুভ অশুভ পৰিস্থিতিত থাকিলে জাতকৰ অশুভ দশা বহুগুণ বাঢ়ে৷ কিন্তু শনিৰ মহাদশাৰ সময়ত ভাল কাম কৰিলে শনি প্ৰসন্ন হয়৷ সমস্ত মনোকামনা পূৰণ হয়৷  যিয়ে পৰিশ্ৰম, সততাৰ সৈতে কাম কৰে তেওঁলোকৰ ওপৰত শনি সদায়ে প্ৰসন্ন হয়৷ কিন্তু ইয়াৰ বিপৰীত কাৰ্য কৰিলে শনিয়ে সেই ব্যক্তিক শাৰীৰিক, মানসিক, আৰ্থিক কষ্ট দি থাকে৷ আনকি সেই ব্যক্তিক পথৰ ভিক্ষাৰীও কৰি দিব পাৰে শনিয়ে৷ ইয়াৰোপৰি পূৰ্বজন্মৰ কৃতকৰ্মৰ ফলাফলো জাতকে শনিৰ মহাদশাৰ সময় ভোগ কৰিব লগা হয়৷ ১৯ বছৰ ধৰি এই মহাদশা চলে৷

শনিৰ মহাদশাৰ পৰা মুক্তিৰ উপায়

জ্যোতিষ শাস্ত্ৰত শনিৰ মহাদশাৰ অশুভ প্ৰভাৱ কম কৰাৰ বাবে বিশেষ কিছু উপায়ৰ কথা উল্লেখ আছে৷ ১৯ বছৰৰ এই মহাদশাৰ নৰক যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ কি কি বিধিপালন কৰিব লাগে জানক সবিশেষ৷

১. শনিৰ মহাদশাত ধৰ্মীয় কাম কৰক৷ কোনো অধৰ্ম বা অনৈতিক কাম নকৰিব৷ মিছা কথা কোৱা, প্ৰতাৰণা কৰাৰ পৰা দূৰত থাকক৷ মদ্যপান ত্যাগ কৰক৷ শনিয়ে কঙাল কৰি দিব পাৰে আপোনাক৷

২. বৃদ্ধ, অসহায়, অৱলা মহিলা, শিশুক কষ্ট দিয়া কাম নকৰিব৷ কাকো অপমান নকৰিব৷ বৰং দৰিদ্ৰ, অসহায়সকলক নিজৰ সামৰ্থ অনুসৰি সহায় কৰক৷

৩. শনিৰ আশীৰ্বাদ লাভৰ বাবে পিতৃ মাতৃ আৰু বয়স্কসকলক সেৱা বা সন্মান কৰক৷

৪. প্ৰতি শনিবাৰে অশ্বত্থ গছৰ তলত সৰিয়হৰ তেলৰ প্ৰদীপ প্ৰজ্জ্বলিত কৰক৷

৫. পূজাৰ সময় দশৰথকৃত শনি স্তোত্ৰ পাঠ আৰু শনি চালিছা পাঠ কৰক৷

৬. শনিৰ মূৰ্তিৰ সন্মুখত ঠিয় নহ’ব, তেঁওৰ চকুৱে চকুৱে নাচাব৷

৭. শিৱ আৰু বজৰংবলীৰ পুজা কৰিলে শনি দোষৰ পৰা মুক্তি পাব৷

৮. শনিবাৰে কলা তিল, চামৰাৰ জোতা নতুবা ছাতি দান কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

পৰিস্থিতি উন্নত হৈছে... ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.