• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

2 years ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

10 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

29 minutes ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

58 minutes ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

1 hour ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

2 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

3 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

4 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

6 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

পৰিস্থিতি উন্নত হৈছে... ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

editor by editor
August 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ দিন বন্ধ থকাৰ পাছত শুকুৰবাৰে পুনৰ আৰম্ভ হৈছে কেদাৰনাথ যাত্ৰা৷ মেৰামতিৰ পাছত আকৌ তীৰ্থযাত্ৰীৰ বাবে খুলি দিয়া হৈছে কেদাৰনাথৰ ৰাস্তা৷ ৩১ জুলাইৰ নিশা হোৱা ভয়ংকৰ বৃষ্টিপাত আৰু ভূমিস্খলনৰ পাছত সম্পূৰ্ণ বন্ধ হৈ পৰিছিল কেদাৰনাথৰ ৰাস্তা৷ ১৯ কিঃমিঃ দীৰ্ঘ পথ বন্ধ হৈ পৰিছিল৷ ২৯টা স্থানত ভূমিস্খলন হৈছিল৷ বন্ধ হৈ পৰিছিল যোগাযোগ ব্যৱস্থা৷ সূত্ৰৰ খবৰ অনুসৰি ৰাস্তাতেই কেইবাদিন ধৰি আৱদ্ধ হৈ আছিল কেইবাগৰাকীও তীৰ্থযাত্ৰী৷

প্ৰায় ২৬০ গৰাকী শ্ৰমিকে দিনে নিশাই পৰিশ্ৰম কৰি অৱশেষত মুকলি কৰিছে পথ৷ এতিয়াও কেইবাটাও স্থান বিপজ্জনক বুলি জনাইছে প্ৰশাসনে৷ ইতিমধ্যেই সেইকেইটা স্থানত নিৰাপত্তাকৰ্মী আছে৷ উল্লেখ্য যে বিগত কেইবাসপ্তাহ ধৰি উত্তৰ ভাৰতৰ বিস্তীৰ্ণ এলেকাজুৰি প্ৰৱল বৃষ্টিপাত হৈছে৷ জুলাই মাহৰ শেষত হোৱা এই বৰষুণত বিপৰ্যস্ত হৈ পৰিছে ৰুদ্ৰপ্ৰয়াগ৷ ভাঙি পৰিছে বহু ৰাস্তা৷

তীৰ্থযাত্ৰীৰ নিৰাপত্তাৰ কথা ভাৱিয়েই অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ আৰু যমুনাত্ৰী ট্ৰেকিঙৰ পথ৷ কেদাৰনাথৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছিল ১১ হাজাৰৰো অধিক তীৰ্থযাত্ৰী৷ উদ্ধাৰৰ কামত মোতায়েন কৰা হৈছিল এন ডি আৰ এফৰ ১২ টা আৰু এছ ডি আৰ এফৰ ৬০ টা দল৷ উদ্ধাৰত নামিছিল বায়ুসেনাৰ হেলিকপ্টাৰো৷ উদ্ধাৰকাৰীৰ নিৰৱচ্ছিন্ন চেষ্টাতেই কেদাৰনাথৰ বেছিভাগ তীৰ্থযাত্ৰীকেই সুস্থ অৱস্থাত উদ্ধাৰ কৰা সম্ভৱপৰ হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
Next Post
সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

চোৰ, ডকাইত, দুৰ্নীতিৰ ধন নহয় দানবক্সত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.