• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

50 minutes ago
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

32 minutes ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

1 hour ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

2 hours ago
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

2 hours ago
ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯%  লোকে নাজানে শুদ্ধ উত্তৰ

ভাৰতৰ কোনখন চহৰক দেশৰ Silicon Valley বুলি কয়? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

পুৰণি দুখ-কষ্ট শেষ! নতুন মাহত ৪ ৰাশিৰ জীৱনলৈ আহিব সুখৰ বতৰা

3 hours ago
‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

‘চাকি জ্বলিয়েই আছে, তাৰ আগতে ন্যায় পালো’, ঘনকান্তৰ মৃত্যুৰ পিছত মন্তব্য ভূদেৱ ভৰালীৰ কন্যাৰ 

4 hours ago
দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

দীপাৱলীৰ পূৰ্বে কৰ্মক্ষেত্ৰত হ’ব পদোন্নতি? হ’ব মালামাল

4 hours ago
মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

5 hours ago
ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

5 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

Ghanakanta Gogoi Encounter: নিজৰ ভুলৰ বাবেই প্ৰাণ গ’ল ঘাতক ঘনকান্ত গগৈৰ, আৰক্ষীৰ পিষ্টল কাঢ়ি কৰিছিল পলায়নৰ চেষ্টা

6 hours ago
১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

editor by editor
November 4, 2026
in বিবিধ, বিশ্ব, লেখা
0
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। Midterm নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিয়ে পৰাজয় বৰণ কৰে। ইফালে ৰিপাব্লিকান পাৰ্টিৰ পৰা নিয়ন্ত্ৰণ লাভ কৰি আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ডেম’ক্ৰেটিক পাৰ্টিয়ে। এই সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে পৰাজয় মানি লৈ ডেম’ক্ৰেটৰ সৈতে কাম কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে।

ট্ৰাম্পে কয় যে তেওঁ বেলটত নাছিল অৰ্থাত্ নিৰ্বাচনী পথাৰত নাছিল। এটা নিউজ চেনেলৰ এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰা বুলি কয় আৰু ডেম’ক্ৰেট দলৰ সৈতে একেলগে কাম কৰিব বুলি উল্লেখ কৰে। এই ফলাফলৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই।

ছিনেটত কোনে কিমান আসন লাভ কৰিছিল?

ভাৰতীয় সময় অনুসৰি পুৱা ১০ বজালৈকে ডেম’ক্ৰেটিক পাৰ্টিয়ে ৫১খন ছিনেটৰ আসন দখল কৰাৰ বিপৰীতে ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিয়ে ৩৯খন আসন দখল কৰিছে।ডেম’ক্ৰেটসকলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, বৰ্তমান দুখন আসনত আগবাঢ়ি আছে। ছিনেটত মুঠ ১০০খন আসন আছে, প্ৰতিখন ৰাজ্যৰ পৰা দুজনকৈ চিনেটৰ নিৰ্বাচিত হয়। চিনেটৰসকলে ছবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে। ছিনেটৰ সংখ্যাগৰিষ্ঠতা ৫১ জন।

প্ৰতিনিধি সদনত কোনে কিমান আসন লাভ কৰিছিল?

ভাৰতীয় সময় অনুসৰি পুৱা ১০ বজালৈকে ডেম’ক্ৰেটিক পাৰ্টিয়ে ১৫৪খন আসন লাভ কৰি ১০৭খন আসনত আগবাঢ়ি আছে।ইফালে ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিয়ে ১০১খন আসন লাভ কৰি ৬২খন আসনত আগবাঢ়ি আছে।হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ ৪৩৫খন আসনৰ বাবে ভোটদান কৰা হয়। সংখ্যাগৰিষ্ঠতাৰ বাবে নূন্যতম ২১৮খন আসনৰ প্ৰয়োজন। সদনৰ সদস্যসকলে দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে।

প্ৰতিটো দলৰ কিমান গৱৰ্ণৰ বিজয় হয়?

ভাৰতীয় সময় অনুসৰি পুৱা ১০ বজালৈকে ডেম’ক্ৰেটিক পাৰ্টিয়ে ২২টা গৱৰ্ণৰ পদ লাভ কৰাৰ বিপৰীতে ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিয়ে মাত্ৰ ১৩টাহে লাভ কৰিছিল।১৫খন আসনৰ ফলাফল এতিয়াও বাকী আছে।

ভোটাৰসকলে কিয় ট্ৰাম্পক ভাল নাপালে?

ইফালে ২০২৩ চনৰ পৰা সদন নিয়ন্ত্ৰণ কৰা ৰিপাব্লিকানসকলে নিজৰ ক্ষীণ সুবিধাখিনিও ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। ইৰাণ যুদ্ধ আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে আৰোপ কৰা শুল্কে আমেৰিকানসকলৰ বাবে দৈনন্দিন খৰচ বৃদ্ধি কৰাৰ লগে লগে সামগ্ৰীৰ ব্যয় ভোটাৰৰ বাবে শীৰ্ষ চিন্তাৰ বিষয় হৈয়েই থাকিল।

আমেৰিকাৰ বেছিভাগ অঞ্চলতে ভোটদান সমাপ্ত হৈছে, য’ত প্ৰতিনিধি সদনৰ ৪৩৫খন আসনৰ আটাইকেইখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। বৰ্তমানৰ সদনৰ স্থানত ২১৮ জন ৰিপাব্লিকান, এজন নিৰ্দলীয়, আৰু ২১৪ জন ডেম’ক্ৰেট, দুখন আসন খালী হৈ আছে। ডেম’ক্ৰেটসকলে ৰিপাব্লিকান দলৰ কেইবাখনো আসন দখল কৰাৰ লগতে তেওঁলোকে জয়ী হোৱাৰ আশা নকৰা কিছুমান আসনতো শক্তিশালী লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ
বিশ্ব

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

November 4, 2026
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

November 4, 2026
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ
শিক্ষা

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

November 4, 2026
কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক
বাণিজ্য

কোনখন ডাকঘৰৰ আঁচনিয়ে সৰ্বাধিক সুত প্ৰদান কৰে? ক’ত সৰ্বাধিক লাভ পাব জানক

November 4, 2026
Next Post
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.