• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…

প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…

4 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

15 minutes ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

2 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

11 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

11 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

12 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

12 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

13 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

14 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

14 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

15 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…

editor by editor
January 21, 2023
in অপৰাধ, বিশ্ব
0
প্ৰধানমন্ত্ৰীক বিহিলে ১০,০০০ টকাৰ জৰিমনা, আৰক্ষীয়ে কিয় বিহিলে জৰিমনা? সবিশেষ…
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী হৈয়ো ৰেহাই নাপালে৷ ছিটবেল্ট পৰিধান নকৰাৰ বাবেই জৰিমনা বিহিব লগা হ’ল প্ৰধানমন্ত্ৰীয়ে৷ ছিটবেল্ট পৰিধান নকৰাৰ বাবেই প্ৰদানমন্ত্ৰীগৰাকীক বিহা হৈছে ১০,০০০ টকাৰ জৰিমনা৷ কেৱল জৰিমনাই নহয় আৰক্ষীৰ ওচৰত ক্ষমাও খুজিব লগা হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

ব্ৰিটেইনৰ প্রধানমন্ত্ৰী ঋষি চুনাকক জৰিমনা বিহাৰ বিষয়ে সমগ্ৰতে আৰম্ভ হৈছে চৰ্চা৷ বৃহস্পতিবাৰে লণ্ডনত গাড়ী চলাই যাওঁতেই আৰক্ষীৰ জালত পৰে ঋষি চুনাক৷ ইংলেণ্ডত ছিটবেল্ট নলগোৱাকৈ গাড়ী চলোৱাটোক অপৰাধ বুলি গণ্য কৰা হয়৷ এনেদৰে গাড়ী চলালে সৰ্বাধিক ৫০০ পাউণ্ড পৰ্যন্ত জৰিমনা বিহিব পাৰে৷ সেই নিয়ম প্রধানমন্ত্ৰীয়েই ভাঙিলে৷

আৰক্ষীয়ে প্ৰধানমন্ত্ৰী ঋষি চুনাকক ১০০ পাউণ্ড জৰিমনা বিহিছে৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১০,০০০ টকা৷ আৰক্ষীৰ কেমেৰাত বন্ধী হৈছিল কেই ছেকেণ্ডমানৰ এটা ভিডিঅ’৷ সেই ভিডিঅ’ক ভিত্তি কৰিয়েই আৰক্ষীয়ে জৰিমনা বিহিছে প্ৰধানমন্ত্ৰী ঋষি চুনাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
Next Post
সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

সৰস্বতী পূজালৈ মাজত কেইটামানহে দিন, সৰস্বতীৰ দেৱীৰ জন্ম ক’ত হৈছিল জানেনে?

হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানৰ ‘পাঠান’ নাচায়, কিন্তু চোৱাসকলৰ সুৰক্ষা কোনে দিব ক’লে মুখ্যমন্ত্ৰীয়ে…

হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰুখ খানৰ ‘পাঠান’ নাচায়, কিন্তু চোৱাসকলৰ সুৰক্ষা কোনে দিব ক’লে মুখ্যমন্ত্ৰীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.