• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??

৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

41 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

1 hour ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??

৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই?

editor by editor
October 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ স্বঘোষিত ধৰ্মগুৰু ভগৱান শ্ৰী ৰজনীশ ওৰফে ওছোৰ আশ্ৰমত কৈশোৰ কালত অবাধ আৰু অনিয়ন্ত্ৰিত যৌনতাৰ চিকাৰ হৈছিল এগৰাকী ব্ৰিটিছ নাগৰিক৷ সেই ব্ৰিটিছ মহিলা এতিয়া ৫৪ বছৰীয়া৷ তেওঁ এই ভয়ংকৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰামাত্ৰকে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ তেওঁৰ ওপৰত চলা সেই নিৰ্যাতনৰ কথা শুনি সিঁহৰিত হৈ পৰিছে বহুজন৷ স্বঘোষিত ধৰ্মগুৰুৰ আশ্ৰমৰ কুকীৰ্তিসমূহ এটাৰ পাছত এটাকৈ কৈ গৈছে ব্ৰিটিছ মহিলাগৰাকীয়ে৷

ওছোৰ সেই আশ্ৰমত ব্ৰিটিছ মহিলাগৰাকীক এটা নাম দি লোৱা হৈছিল৷ ব্ৰিটিছ মহিলাক সেই  আশ্ৰমত নাম দিছিল প্ৰেম চৰগম৷ অভিযোগ অনুসৰি মাত্ৰ ৬বছৰ বয়সতে তেওঁৰ সৈতে যৌন উৎপীড়ণ চলিছিল৷ ওছোৰ সেই আশ্ৰমত তেওঁৰ ওপৰত বাৰে বাৰে যৌন আতিহায্য চলোৱা হৈছিল৷ ব্ৰিটিছ মহিলাই কয়, ‘ওছোৰ ৩টা সন্ন্যাস কমিউনিটিৰ আশ্ৰমতেই মই সময় কটাইছো৷ ৬বছৰ বয়সৰ পৰা মই তাতেই ডাঙৰ হৈছো৷ নিষ্পাপ শিশু আছিলো৷ সেই সুযোগ গ্ৰহণ কৰি মোৰ ওপৰত যৌন উৎপীড়ন চলাই গৈছিল৷ আধ্যাত্মিক পাঠ পঢ়োৱাৰ নামতো চলিছিল উদ্দাম যৌনতা৷’

দুঃস্বপ্নৰ সেই নিশাসমূহৰ বৰ্ণনা দিবলৈ গৈ প্ৰেম সৰগমে কয়, ‘৬বছৰ বয়সত মোক লৈ ব্ৰিটেইনৰ পৰা পুনেলৈ আহিছিল মোৰ দেউতা৷ তেঁৱো সন্ন্যাস গ্ৰহণ কৰিছিল৷ মোক আৰু দেউতাক আশ্ৰমতেই ৰখা হৈছিল৷’ কেনেকৈ তেওঁৰ নাম সলনি কৰা হ’ল গেৰুৱা বসন পিন্ধিবলৈ বাধ্য কৰোৱা হ’ল সকলোবোৰ বাখ্যা কৰিছে প্ৰেম সৰগমে৷ তেওঁ কয়, ‘আশ্ৰমত তেওঁক বুজোৱা হৈছিল পিতৃ-মাতৃৰ যৌন জীৱনত বাধা হয় শিশুসকল৷’

প্ৰেম সৰগমে কয়, ‘ওছোৱে বিশ্বাস কৰে শিশুসকলক নিয়মিত যৌনতাৰ শিক্ষা দিয়া উচিত৷ লগতে যৌনতা স্বচক্ষে শিশুৱে দেখা উচিত৷ আৰু বয়ঃসন্ধিকালত কিশোৰীসকলে যুৱকসকলৰ দ্বাৰা যৌন সুখ পোৱা উচিত৷  পিডোফিলিয়া অৰ্থাৎ প্ৰবীণসকলৰ মাধ্যমেৰে শিশুসকলৰ ওপৰত যৌন নিগ্ৰহকো সেই আশ্ৰমত স্বাভাৱিক আচৰণ হিচাপে ধৰা হ’ব পাৰে৷’

মাত্ৰ ১২ বছৰ সময়ত তেওঁক ধৰ্ষণ কৰা হৈছিল বুলি উল্লেখ কৰিছে প্ৰেম সৰগমে৷ ইয়াৰ পূৰ্বে ১১ বছৰ বয়স পৰ্যন্ত নানানধৰণে প্ৰবীণসকলক যৌনসুখ দিবলৈ বাধ্য কৰা হ’ব পাৰে তেওঁক৷ বোৰ্ডিং স্কুলত পঠিওৱাৰ সময়ত মেদিনা আশ্ৰমতো যৌন উৎপীড়নৰ স্বীকাৰ হৈছিল প্ৰেম সৰগমে৷ ১২ বছৰ বয়স হোৱাৰ পাছত তেওঁক পঠিওলা হয় আমেৰিকাৰ ওৰেগাঁওত ওছোৰ এখন আশ্ৰমলৈ৷ তেতিয়ালৈকে তেওঁক প্ৰায় ৫০বাৰ ধৰ্ষণ কৰা হৈছিল৷ প্ৰেম সৰগমে লগতে কয় যে ১৬ বছৰ বয়সত তেওঁ বুজিব পাৰিছিল তেওঁৰ সৈতে ঘটিছে কি? কিন্তু তেতিয়ালৈতে বহু দেৰি হৈ গৈছিল৷

কি এই ওছো কাল্ট?

ৰজনীশ কাল্ট বা ওছো কাল্ট স্থাপন কৰা হৈছে ১৯৭০ চনত৷ আধ্যাত্মিকতাবাদত আকৃষ্ট হৈ বিদেশৰ পৰা যিসকল ভাৰতলৈ আহে তেওঁলোকৰ বাবে এই আশ্ৰম তৈয়াৰ কৰিছিল স্বঘোষিত ধৰ্মগুৰুৱে৷ পুনেত প্ৰথম আশ্ৰমখন নিৰ্মাণ কৰাৰ পূৰ্বে তেওঁ দৰ্শনৰ অধ্যাপক আছিল এই ৰজনীষ ওৰফে ওছো৷

১৪ বছৰ বয়সৰ পৰা পাৰ্টনাৰ ছোয়েপিং অৰ্থাৎ সংগী সাল সলনি কৰাৰ পন্থাত বিশ্বাস ৰাখে ওছোৱে৷ অবাধ যৌনাচাৰত বিশ্বাসী এই ধৰ্মগুৰুক ভাৰতত ‘ছেক্স গুৰুৰ’ নাম দিয়া হয়৷ সেই ওছোৰেই এতিয়া ৯৩খন বিলাসবহুল ৰোলছ ৰয়েছ বাহন আছে৷ সেই ওছোকেই আমেৰিকাত ৰোলছ ৰয়েছ গুৰু নাম দিয়া হয়৷ সম্প্ৰতি মুক্তি পাব ‘চিলড্ৰেন অফ দ্যা কাল্ট’ নামৰ এখন ডকুমেণ্টৰীও৷ তাতেই প্ৰেম চৰগমৰ কাহিনীও তুলি ধৰা হ’ব৷ কেনেতৈ ওছোৰ সেই আশ্ৰমৰ পৰা ব্ৰিটিছ ব্যক্তিজনে পলাই গৈ জীৱন ৰক্ষা কৰিলে সেই কাহিনীও তথ্যচিত্ৰত দেখুওৱা হ’ব৷ প্ৰেম চৰগমে কয়, ‘মই দেখাব খোজো হাজাৰ হাজাৰ কিশোৰীৰ সৈতে ওছোৰ আশ্ৰমত কি চলি আছে সকলোবোৰ মই দেখুৱাব খোজো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
Next Post
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগত উন্নতিৰ গ্ৰাফ ওপৰলৈ উঠিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগত উন্নতিৰ গ্ৰাফ ওপৰলৈ উঠিব এই ৫ৰাশিৰ জাতকৰ

মহালয়াত কি কি কাম কৰা শুভ? কি কি কাম নকৰিব?

মহালয়াত কি কি কাম কৰা শুভ? কি কি কাম নকৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.