• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

2 years ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

42 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

1 hour ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

2 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

3 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

4 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

5 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

5 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

13 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

14 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

15 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!

editor by editor
September 27, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, লেখা
0
BSNLৰ আন এক বৃহৎ সাফল্য, চিন্তাত মুকেশ আম্বানীও!
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি অন্যান্য টেলিকম সংস্থাৰ ৰিচাৰ্জ প্লেন বঢ়াৰ পাছত BSNLৰ গ্ৰাহকৰ সংখ্যা বাঢ়িছে৷ ইয়াৰ মাজতেই BSNLয়ে লৈছে আন এক বৃহৎ উদ্যোগ৷  এই উদ্যোগেই আৰু জনপ্ৰিয়তা বঢ়াব বিএছএনএলৰ বুলি ধাৰণা কৰা হৈছে৷ আনকি মুকেশ আম্বানীৰ সংস্থা ৰিলায়েন্সো প্ৰতিযোগীতাৰ মুখত পৰিব পাৰে৷

জনা গৈছে যে ১৪,৫০০ ফুট উচ্চতালৈকে ৪জি নেটৱৰ্ক দিবলৈ সক্ষম হৈছে বিএছএনএলে৷ লাডাখৰ প্ৰান্তীয় অঞ্চলৈকে গৈ পাইছে নেটৱৰ্ক৷ বিচ্ছিন্ন এলেকাসমূহৰ মাজত সংযোগ বঢ়োৱা হৈছে৷

কেন্দ্ৰীয় সম্প্ৰচাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, সমগ্ৰ দেশত ৩৫ হাজাৰতকৈ বেছি ৪জি টাৱাৰ স্থাপন কৰা হৈছে৷ লক্ষ্য হৈছে ২০২৫ চনৰ জুন মাহৰ মাজভাগলৈকে ১ লাখ টাৱাৰ স্থাপন কৰা৷ ইয়াৰ বাবে চৰকাৰে সহযোগিতা কৰিছে৷ চৰকাৰে এই সংস্থাক ৬হাজাৰ কোটি টকা আৰ্থিক সাহায্য আগবঢ়াইছে৷ নেটৱৰ্ক অৰুণাচল প্ৰদেশৰ মালাপুৰ পৰা আৰম্ভ কৰি লাডাখৰ ফোবৰাং পৰ্যন্ত পাইছেগৈ বিএছএনএলৰ নেটৱৰ্ক৷

TRAI-ৰ তথ্যই কৈছে যে, ২০২৪ চনৰ জুলাই মাহত ২৯.৪ লাখ নতুন গ্ৰাহক যোগ হৈছে বিএছএনএলত৷ অন্যান্য সংস্থাৰ গ্ৰাহকৰ সংখ্যা সেই অনুপাতে কমিব ধৰিছে৷ জুলাই মাহৰ পৰা ক্ৰমশ গ্ৰাহকৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ হৈছে বিএছএনএলৰ৷ জুলাই মাহত প্ৰথমে ১৫ দিনত ১৫লাখতকৈ বেছি মানুহে বিএছএনএল চিম উলিয়াইছে৷ ইয়াৰপাছৰে পৰাই সংস্থাৰ ব্যৱসায় দোপতদোপে উঠিব ধৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
Next Post
৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.