• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

8 months ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

17 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

17 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

18 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

19 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

21 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

22 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

23 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

23 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

1 day ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা

editor by editor
September 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩০ বছৰৰ পাছত কোটিপতি হোৱাটো এই ৫ৰাশিৰ বাবে তেনেই সাধাৰণ কথা
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি প্ৰত্যেক ৰাশিৰ জাতকৰ নিজস্ব কিছু বৈশিষ্ট্য থাকে৷ বিভিন্ন ৰাশিৰ জাতকৰ জন্মছকত বিভিন্ন যোগ লক্ষ্য কৰা যায়৷ এই যোগসমূহ চায়েই ব্যক্তিজনে ভৱিষ্যতে কিমান উন্নতি কৰিব পাৰিব সেয়া বুজিব পাৰি৷ বৈদিক জ্যোতিষে জনোৱা অনুসৰি ৰাশিচক্ৰৰ ভিতৰত ৫ৰাশিৰ জাতক সকলোতকৈ ভাগ্যবান৷ বয়স ৩০ পাৰ হ’লেই ভাগ্যোন্নতি হয় এই ৫ৰাশিৰ জাতকৰ৷ এই সময়ত তেওঁলোকে প্ৰচুৰ খ্যাতি আৰু ধন অৰ্জন কৰিব পাৰে৷

৩০ পাৰ হ’লে কোন কোন ৰাশিৰ ভাগ্যোদয় হয়?

৩০ বছৰৰ পাছত কোটিপতি হোৱাৰ পথ মসৃণ হয় ৫ৰাশিৰ জাতকৰ৷ এই ৫ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আছে সকলোৱেই জানিবলৈ আগ্ৰহী হৈ থাকে৷

মেষ ৰাশি

আৰ্থিক সৌভাগ্য লগত লৈয়েই জন্ম হয় মেষ ৰাশিৰ জাতক৷ বয়স ৩০ অতিক্ৰম কৰিলে ভাগ্যই এওঁলোকক ৰাজভোগ দিয়ে৷ এই সময়ত তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰেও বহু সম্পদ গঢ়ে৷ প্ৰচুৰ ধনলাভৰ যোগ থাকে এওঁলোকৰ৷

বৃষ ৰাশি

অৰ্থ উপাৰ্জনৰ বাবে গতি লাভ কৰে এই ৰাশিৰ জাতকেও৷ এই ৰাশিত শুক্ৰৰ শুভদৃষ্টি থাকে৷ প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হয় এওঁলোক৷ বয়স ৩০ অতিক্ৰম কৰাৰ পাছত এওঁলোকৰ প্ৰতিভা আৰু দক্ষতা দুগুণে ফুটি উঠে৷ এওঁলোকে ৩০ বছৰ বয়সৰ পাছত বহু ধনৰ গৰাকী হোৱাটো সাধাৰণ কথা হৈ পৰে৷

কৰ্কট ৰাশি

৩০ বছৰৰ পাছত ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰে কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত প্ৰচুৰ অৰ্থ আয় কৰে তেওঁলোকে৷ ৩০ বছৰ বয়সৰ পাছত যি কামতেই হাত দিয়ে তাতেই সফলতা পায় কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

কঠোৰ পৰিশ্ৰমৰ বলত সাফল্য পায় সিংহ ৰাশিৰ জাতকে৷ ৩০ বছৰৰ পাছত এওঁলোকৰ ওপৰত ভাগ্যলক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰে সিংহ ৰাশিৰ জাতকে৷ সকলো কামেই তেওঁলোকে সফলভাৱে কৰিব পাৰে৷ বেংক বেলেন্সো বিপুল হাৰত বাঢ়িবলৈ ধৰে৷

বৃশ্চিক ৰাশি

৩০ বছৰৰ পাছত কোটিপতি হোৱাৰ যোগ থাকে বৃশ্চিক ৰাশিৰ জাতকৰো৷ এই ৰাশিৰ জাতকৰ ইচ্ছাশক্তি প্ৰৱল আৰু মানসিকভাৱেও তেওঁলোক বহুপৰিমানে শক্তিশালী৷ এওঁলোকে সকলো সময়তে বৃহৎ কিছু কাম কৰাৰ মানসেৰেই কাম কৰে৷ ৩০ বছৰৰ পাছত ভাগ্যই লগ দিয়ে বৃশ্চিকৰ জাতকক৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of AssamDAILY ASTROLOGYdaily horoscopedaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী
বিবিধ

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

May 18, 2025
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড
চিনেমা

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

May 18, 2025
Next Post
পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

পত্নীৰ বিকিনি পিন্ধাৰ মন, স্বামীয়ে কিনি পেলালে এটা দ্বীপেই

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

কোনোবা যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কোনোবা আকৌ দশম শ্ৰেণীতেই ফেইল, কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.