• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাপত  জিঅ’-এয়াৰটেল! BSNL ৰ এইকেইটা ৰিচাৰ্জ প্লেন সকলোতকৈ সস্তা

11 months ago
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

3 hours ago
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

4 hours ago
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

5 hours ago
সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

6 hours ago
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

7 hours ago
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

1 day ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 23, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাপত  জিঅ’-এয়াৰটেল! BSNL ৰ এইকেইটা ৰিচাৰ্জ প্লেন সকলোতকৈ সস্তা

চাপত  জিঅ’-এয়াৰটেল! BSNL ৰ এইকেইটা ৰিচাৰ্জ প্লেন সকলোতকৈ সস্তা

editor by editor
July 24, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
চাপত  জিঅ’-এয়াৰটেল! BSNL ৰ এইকেইটা ৰিচাৰ্জ প্লেন সকলোতকৈ সস্তা
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেচৰকাৰী টেলিকম সংস্থাসমূহৰ এটা সিদ্ধান্ততেই সুদিন ঘূৰি আহিছে BSNLৰ৷ জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া ৰিচাৰ্জ প্লেনৰ দাম বাঢ়িলেও সমস্ত প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ দাম অপৰিবৰ্তিত ৰাখিছে ভাৰত সঞ্চাৰ নিগম লিমিটেডে৷ যাৰ বাবে এই ছিমক লৈ আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ৷ কিন্তু আপুনি জানেনে এনে ১০টা প্ৰিপেইড প্লেন আছে যি জিঅ’, এয়াৰটেলৰ প্লেনৰ তুলনাত বেছ সস্তা৷ আপুনিও যদি BSNL লৈ পোৰ্ট কৰাৰ চিন্তাভাৱনা কৰিছে তেন্তে BSNLৰ ৰিচাৰ্জ প্লেনসমূহৰ সম্পৰ্কে জানি থওক সবিশেষ৷

BSNLৰ ৰিচাৰ্জ প্লেন আনলিমিটেড কল আৰু ডাটা প্ৰিপেইড প্লেন

১০৮ টকাঃ গ্ৰাহকৰ বাবে আহিছে BSNLৰ বিশেষ প্লেন৷ ১০৮ টকাৰ এই বিশেষ ৰিচাৰ্জ এটা এফ আৰ ছি প্লেন৷ ইয়াত পাব আনলিমিটেড ভয়েছ কলিং, দৈনিক ১ জি বি ডাটা আৰু ২৪ দিনৰ ভেলিডিটি৷

১৯৯ টকাঃ  এই প্লেনত পাব ৩০ দিনৰ ভেলিডিটি৷ আছে আনলিমিটেড ভয়েছ কলিং, দৈনিক ২ জিবি ডাটা আৰু প্ৰতিদিনে ১০০টা SMSৰ সুবিধা৷

২২৯ টকাঃ এই প্লেন সস্তীয়াই নহয় লাভজনকো৷ ভেলিডিটি আছে এমাহৰ৷ লাভ কৰিব দৈনিক ২GB ডাটা৷ প্ৰতিদিনে ১০০ টা SMS আৰু আনলিমিটেড ভয়েছ কলিঙৰ সুবিধা৷

২৪৯টকাঃ এই ৰিচাৰ্জত আনলিমিটেড ভয়েছ কলিং, দৈনিক ২GB ডাটা আৰু প্ৰতিদিনে ১০০ টা SMS আৰু ৪৫ দিনৰ ভেলিডিটি৷

৩৪৭ টকাঃ প্ৰিপেইড প্লেসমূহৰ ক্ষেত্ৰত আৰু এটি ভাল বিকল্প এই প্লেন৷ ইয়াত আছে দৈনিক ২GB ডাটা, প্ৰতিদিনে ১০০টা SMS আৰু আনলিমিটেড কলিং৷ ভেলিডিটি পাব ৫৪ দিনৰ৷

৫৯৯ টকাঃ এই ৰিচাৰ্জ আনলিমিটেড ভয়েছ কলিঙৰ উপৰিও পাব দৈনিক ৩GB ডাটা আৰু প্ৰতিদিনে ১০০টা SMS৷ প্লেনৰ ভেলি়ডিটি ৮৪ দিন৷

৬৬৬ টকাঃ ইয়াত পাব দৈনিক ২GB ডাটা৷ ইয়াৰ সৈতে থাকিব আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ SMS সুবিধা৷ প্লেনৰ ভেলিডিটি হ’ব ১০৫ দিন৷

৬৯৯ টকাঃ এই ৰিচাৰ্জ কৰিলে ১৩০ দিনলৈ থাকিব ভেলিডিটি৷ পাব দৈনিক ০.৫ জিবি ডাটা, প্ৰতিদিনে ১০০ টা মেছেজ আৰু আনলিমিটেড ভয়েছ কল৷

৯৯৭ টকাঃ এই ৰিচাৰ্জত দৈনিক ২GB ডাটা, প্ৰতিদিনে ১০০ টা SMS আৰু আনলিমি়টেড ভয়েছ কল পোৱা যাব৷ ভেলিডিটি আছে ১৬০ দিনৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ
জীৱনশৈলী

June 23, 2025
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?
জীৱনশৈলী

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

June 23, 2025
ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?
জীৱনশৈলী

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

June 23, 2025
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?
জীৱনশৈলী

ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

June 23, 2025
Next Post
মধ্যবিত্তলৈ আছে ভালখবৰ, কিমান টকালৈকে এইবাৰ দিব নালাগে আয়কৰ? জানক তথ্য

প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন