• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

6 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

2 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

2 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

3 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

4 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

4 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

6 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

7 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

20 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

20 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?

editor by editor
February 23, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
অমাবস্যত লক্ষ্মী নাৰায়ণ ৰাজযোগ, সৌভাগ্যৰ চূড়াত ৫ৰাশি, কোটিপতি হোৱাৰ সুযোগ কাৰ কাৰ ভাগ্যত?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰতি গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে স্থান পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জীৱনত৷ বৰ্তমান শুক্ৰ মীন ৰাশিত আছে৷ বুধে ১০ মাহৰ পাচত আগন্তুক ২৭ ফেব্ৰুৱাৰীত মীন ৰাশিত প্ৰৱেশ কৰিব৷ ফাগুন অমাবস্যাৰ দিনাই বুধ আৰু শুক্ৰৰ মিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগ তৈয়াৰ হ’ব৷

বৈদিক জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধিমত্তা আৰ উ সম্পদৰ গ্ৰহ বুলি কোৱা হয়৷ অন্যহাতে শুক্ৰক সম্পদ, সমৃদ্ধি আৰু বৈষয়িক সুখৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহৰ মিলনত তৈয়াৰ হোৱা লক্ষ্মী নাৰায়ণ ৰাজযোগে ৫ ৰাশিৰ জীৱনত উন্নতিৰ পথ খুলিব৷ শীঘ্ৰেই সৌভাগ্যৰ শিখৰত উঠিব কোন কোন? জানি থওক ভাগ্যবান ৰাশিৰ তালিকা৷

বৃষ ৰাশি

মীন ৰাশিত বুধৰ গোচৰ বৃষ ৰাশিৰ বাবে লাভজনক হ’ব৷ আয়ৰ নতুন পথ বিচাৰি পাব৷ চাকৰিয়ালে উন্নতিৰ সুযোগ পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে৷ সংসাৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ এই সময়ত ব্যৱসায়ত বিনিয়োগ কৰিলে ভাল লাভ পাব৷

মিথুন ৰাশি

বুধৰ গোচৰ মিথুন ৰাশিৰ বাবে শুভ হ’ব৷ অফিচত পদোন্নতি হ’ব পাৰে৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ চাকৰি পোৱাৰ যোগ আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ বহু দিন ধৰি কঠিন পৰিস্থিতিৰ মাজত থাকিলে এইবাৰ স্বাস্তি পাব৷

কন্যা ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগে কন্যা ৰাশিৰ সৌভাগ্য খুলিব৷ পেছাগত জীৱনত উন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ত বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ পৈতৃক সম্পত্তি লাভৰ যোগ আছে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷

মকৰ ৰাশি

বুধ-শুক্ৰৰ মিলনত মকৰ ৰাশিৰ সুদিন উভতি আহিব৷ চাকৰিত কামৰ প্ৰশংসা পাব৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ থাকিব৷ নতুন দায়িত্ব পাব পাৰে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে এয়া শুভ সময়৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ চলিলে দূৰ হ’ব৷

কুম্ভ ৰাশি

বুধৰ গোচৰত কুম্ভ ৰাশিৰ ভাগ্য উদয় হ’ব৷ হঠাৎ আৰ্থিক লাভৰ সুযোগ আহিব পাৰে৷ পৰিয়ালত অৰ্থ সংকট দূৰ হ’ব৷ পৰিয়ালৰ সদস্যৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

October 19, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
Next Post
কেতিয়াৰে পৰা আৰম্ভ হ’ব অষ্টম পে কমিছন? কিমান বাঢ়িব দৰমহা? জানি থওক সবিশেষ তথ্য

কেতিয়াৰে পৰা আৰম্ভ হ’ব অষ্টম পে কমিছন? কিমান বাঢ়িব দৰমহা? জানি থওক সবিশেষ তথ্য

বেংক অফ বৰোদাত ১২ মাহৰ বাবে ২ লাখ FD  কৰিব? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

বেংক অফ বৰোদাত ১২ মাহৰ বাবে ২ লাখ FD কৰিব? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.