• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

1 year ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

32 minutes ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

56 minutes ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

2 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

3 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

3 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

4 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

5 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

5 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

19 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

20 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

20 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?

editor by editor
February 27, 2025
in জীৱনশৈলী
0
আগন্তুক ৭০ দিন গোল্ডেন টাইম এই ৪ৰাশিৰ, বুধৰ স্থান সলনিয়ে কাৰ কাৰ ভাগ্য উজলাব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধৰ ৰাশি পৰিবৰ্তন ঘটিব আজি নিশাই৷ গ্ৰহৰাজ বুধৰ গোচৰ ২৭ফেব্ৰুৱাৰীৰ নিশা ১১বাজি ৪৬ মিনিটত মীন ৰাশিত অনুষ্ঠিত হ’ব৷ বুধ গ্ৰহই তাৰ নতুন ঘৰত ৭০ দিন অৱস্থান কৰিব৷ বুধে ৭ মে পুৱতি নিশা ৪.১৩মিনিটত মীন ৰাশিৰ পৰা বাহিৰলৈ ওলাই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বুধৰ গোচৰৰ কাৰণে ৪ৰাশিৰ জাতকৰ বাবে আগন্তুক ৭০ দিন শুভ হ’ব৷

এই ৰাশিৰ জাতকৰ সোনালী সময় আৰম্ভ হ’ব আজি নিশা৷ আজি নিশাৰ পৰা কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব? জানক ভাগ্যবান ৰাশিৰ তালিকা৷

 বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাই বুধৰ গমনৰ শুভ ফল পাব৷ বুধ গ্ৰহৰ কৃপাত আপোনাৰ সম্পদ আৰু আয় বৃদ্ধি হ’ব৷ আজিৰ পৰা ৭০ দিনৰ ভিতৰত আৰ্থিক সমস্যা দূৰ হ’ব৷ টকাৰ কাৰণে ৰৈ থকা কাম সম্পন্ন হ’ব৷ আপোনাৰ আৰ্থিক দিশ শক্তিশালী হ’ব৷ ব্যৱসায়ী শ্ৰেণীৰ লোকৰ লাভ অৰ্জনৰ সুযোগ আহিব৷ বিনিয়োগতো আপোনালৈ ভাল সুযোগ আহিব, খৰধৰকৈ সিদ্ধান্ত নল’ব৷ খৰধৰকৈ সিদ্ধান্ত ল’লে আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷

মিথুন ৰাশি

বুধৰ ৰাশিচক্ৰ পৰিবৰ্তনৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাই সুসংবাদ পাব পাৰে৷ যিসকল বেকাৰ অথৱা নতুন চাকৰি বিচাৰি আছে তেঁওলোকে ৭মেৰ ভিতৰত সু সংবাদ পাব৷ আপুনি এক নতুন কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰিয়ালৰ পদমৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধিৰ লক্ষণ আছে৷ আৰ্থিক পৰিস্থিতিৰ বাবে এই সময় উন্নত৷ আপুনি পূৰ্বতকৈ বেছি সঞ্চয় কৰাত সফল হ’ব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে বুধৰ গোচৰ শুভ হ’ব৷ হঠাৎ আৰ্থিক লাভ পাব পাৰে৷ আপুনি বহুদিন পূৰ্বে যদি কাৰোবাক ধন ধাৰে দিছিল সেই ধন আপুনি ৭০ দিনৰ ভিতৰত ঘূৰাই পাব৷ এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী থাকিব৷ পৈতৃক সম্পত্তি বা পিতৃৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে নতুন চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ চাকৰিয়ালে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷

কুম্ভ ৰাশি

বুধৰ শুভ প্ৰভাৱৰ কাৰণে কুম্ভ ৰাশিৰ জাতকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বৃদ্ধি পাব পাৰে৷ এই সময়ত আপুনি ঘৰ, যানবাহন বা মাটিৰ সুখ পাব পাৰে৷ এই সময়ত আপুনি ভাগ্যৰ সহায় পাব৷ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহু কাম কৰিব যি কামে আপোনাক ইতিবাচক ফল দিব৷ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ এই সময়ত আপুনি অৰ্থ বিনিয়োগ কৰিলে ভৱিষ্যতে তাৰপৰা ভাল ৰিটাৰ্ণ পাব৷ এই সময় ব্যৱসায়ীৰ বাবেও ভাল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?
জীৱনশৈলী

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

May 21, 2026
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?
জীৱনশৈলী

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

May 21, 2026
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
Next Post
উজনিৰ কোনো স্থানতেই শংকৰ সংঘই আৰু পাতিব নোৱাৰিব কোনো অনুষ্ঠান, উজনিত কোনে বাধা দিছে শংকৰ সংঘক?

উজনিৰ কোনো স্থানতেই শংকৰ সংঘই আৰু পাতিব নোৱাৰিব কোনো অনুষ্ঠান, উজনিত কোনে বাধা দিছে শংকৰ সংঘক?

ফাটিছে টেকটনিক প্লেট, দুভাগত বিভক্ত হৈ পৰিব এইখন মহাদেশ, কেতিয়া ঘটিব এই ঘটনা?

ফাটিছে টেকটনিক প্লেট, দুভাগত বিভক্ত হৈ পৰিব এইখন মহাদেশ, কেতিয়া ঘটিব এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.