• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

5 months ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

1 hour ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

7 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

editor by editor
April 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে
0
SHARES
770
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বুদ্ধিমত্তা, বাকশক্তি, কমিউনিকেছন, যুক্তি-বিশ্লেষণ, ব্যৱসায় আৰু শিক্ষাৰ প্ৰতীক গ্ৰহ হিচাপে পৰিচিত বুধ৷ শীঘ্ৰেই তাৰ গতিপথত গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ সাধাৰণতে বুধে যেতিয়া তাৰ স্বাভাৱিক কক্ষপথৰ পৰা সামান্য উত্তৰ বা দক্ষিণলৈ যায়৷ তেতিয়া তাক বুধৰ ক্ৰান্তিবৃত্ত পৰিবৰ্তন বুলি কোৱা হয়৷ আগন্তুক ১৩ মে বুধবাৰে নিশা ১১ বাজি ২৭ মিনিটত বুধে উত্তৰ দিশলৈ অগ্ৰসৰ হব৷ এই পৰিবৰ্তন বিশেষভাৱে শুভ ফল হৈ উঠিব কেইটামান ৰাশিৰ বাবে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে বুধৰ এই দিশ পৰিবৰ্তন অত্যন্ত শুভ হব৷ পাৰিবাৰিক পৰিবেশ পূৰ্বতকৈ ভাল আৰু আনন্দদায়ক হব৷ পুৰণি বন্ধুৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ মন ভালে ৰাখিব৷ ব্যৱসায় প্ৰসাৰৰ নতুন সুযোগ আহিব পাৰে৷ কমিউনিকেছন স্কিল আৰু উন্নত হব৷ ভ্ৰমণৰ যোগ আছে৷ আত্মবিশ্বাস বাঢ়িব৷ ফলত ডাঙৰ সিদ্ধান্ত লোৱা সহজ হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে এই সময়ত জীৱনলৈ ভাৰসাম্য আৰু স্বস্তি আহিব৷ কৰ্মক্ষেত্ৰত ঊর্ধ্বতনসকলৰ সহযোগিতা পাব৷ পুৰণি বিবাদ বা সমস্যাৰ সমাধান হব পাৰে৷ কামৰ প্ৰতি নতুন উদ্যম আৰু শক্তি অনুভৱ কৰিব৷ আপোনাৰ বুদ্ধি আৰু বিশ্লেষণ ক্ষমতা বাঢ়িব৷ ফলত কঠিন সমস্যাৰ সমাধান সহজেই কৰিব পাৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে বুধৰ এই পৰিবৰ্তন অত্যন্ত শুভ হব৷ জীৱনত সাফল্যৰ দিশত আগুৱাই যোৱাৰ সুযোগ তৈয়াৰ হব৷ নতুন পৰিকল্পনা বাস্তবায়নৰ বাবে এই সময় অনুকূল হব৷ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব৷ স্বাস্থ্যৰ উন্নতি ঘটিব৷ কামৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত আৰু ভাল ফল পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ বাবে এই পৰিবৰ্তনে অগ্ৰগতিৰ নতুন পথ খুলি দিব পাৰে৷ কেৰিয়াৰলৈ স্থিতিশীলতা আহিব৷ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক পৰিস্থিতি উন্নত হব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে৷ পৰিয়াললৈ সুখ আৰু শান্তি আহিব৷ লক্ষ্য পূৰণৰ পথত আপুনি আৰু এঢাপ আগুৱাই যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.