• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

2 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

2 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

3 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

4 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

5 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

6 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
জন্মাষ্টমীত বুধৰ উদয়, শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সাফল্যৰ তুংগত ৫ৰাশিৰ জাতক
0
SHARES
584
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বুধ অস্তাচলত আছে৷ আগন্তুক ২৬ আগষ্ট ২০২৪ সোমবাৰে বুধ উদিত হ’ব৷ সেই দিনটোতেই পালিত হ’ব কৃষ্ণ জন্মাষ্টমীও৷ বুধ এতিয়া বক্ৰী চলনত আছে৷ বক্ৰীদশাত থাকি বুধ কৰ্কট ৰাশিত উদিত হ’ব৷ সেই দিনাই পালিত হ’ব কৃষ্ণ জন্মাষ্টমীও৷ বৈদিক জ্যোতিষ অনুসৰি জন্মছকত বুধে ভাল অৱস্থানত থাকিলে জাতক সুখ সমৃদ্ধি আৰু বুদ্ধিমত্তাৰ অধিকাৰী হয়৷ বুধ শক্তিশালী হ’লে জাতকৰ জীৱনত আৰ্থিক সমৃদ্ধি আহে৷ জানি থওক আগন্তুক সোমবাৰে জন্মাষ্টমীৰ শুভক্ষণত বুধ উদিত হোৱাৰ ফলত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে মিথুন৷ মিথুন ৰাশিৰ দ্বিতীয় ঘৰত বুধ উদিত হ’ব৷ এয়া হৈছে আয় আৰু সম্পদৰ ঘৰ৷ সেয়ে বুধ উদিত হ’লে আৰ্থিক দিশৰ পৰা অত্যন্ত শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ অৰ্থ উপাৰ্জনৰ ওপৰিও এই সময়ত আপুনি সাফল্যৰ জখলা বগাই বহু ওপৰলৈ যাব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷ এই সময়ত স্বাস্থ্যও ভালে থাকিব মিথুন ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশ ঘৰত বুধ উদয় হ’ব৷ জন্মাষ্টমীৰ দিনা বুধ উদিত হোৱাত শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনত সুখ থাকিব৷ নিজৰ লক্ষ্য অৰ্জনত সফল হ’ব৷ পেছাগত জীৱনত ভাল সময় আহিব কন্যা ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ত ভাল ৰিটাৰ্ণো আহিব পাৰে৷ বুধৰ উদয়ে আৰ্থিকভাৱে সু সময় আনিব কন্যা ৰাশিৰ জাতকলৈ৷

তুলা ৰাশি

আগন্তুক ২৬ আগষ্টত তুলা ৰাশি দশম ঘৰত উদিত হ’ব৷ এই সময়ত আপুনি কেৰিয়াৰত উন্নতি কৰাৰ কেইবাটাও নতুন সুযোগ পাব পাৰে৷ বিদেশত চাকৰি পাব পাৰে৷ নিজৰ ইনকাম বাঢ়িব৷ নিজৰ লক্ষ্যত আগুৱাই যাব৷ ব্যক্তিগত জীৱনত পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব আৰু নিজৰ ভিতৰত নতুন এনাৰ্জী অনুভৱ কৰিব তুলা ৰাশিৰ জাতকে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ সপ্তম ঘৰত উদয় হ’ব বুধৰ৷ বুধ উদিত হ’লে সকলো কামতে সৌভাগ্যক কাষত পাব মকৰ ৰাশিৰ জাতকে৷ বন্ধু আৰু সহকৰ্মীসকলকো কাষত পাব আপুনি৷ আপোনাৰ সহায়তে সকলো কঠিন কাম আপুনি সহজেই সম্পন্ন কৰিব পাৰিব৷ বুধ উদিত হৈ উপাৰ্জন বঢ়োৱাৰ সুযোগ আনি দিব মকৰ ৰাশিৰ সন্মুখত৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্য ভালে থাকিব আৰু এই সময়ত আপোনাৰ ইচ্ছাশক্তি বহুপৰিমানে বৃদ্ধি পাব৷

কুম্ভ ৰাশি

বুধৰ গোচৰ সকলো দিশৰ পৰা লাভজনক হ’ব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত আপোনাৰ কৰ্মদক্ষতাৰ খ্যাতি চাৰিওফালে সিঁচৰতি হৈ পৰিব৷ চাকৰিয়ালে এই সময়ত পদোন্নতি কৰিব৷ ব্যৱসায়ীসকলে অতিৰিক্ত আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

CBI য়ে পালে পলিগ্ৰাফ টেষ্টৰ অনুমতি, কেতিয়া হ’ব পলিগ্ৰাফ টেষ্ট?

হীৰা, সোণ, ৰূপ একেলগেই আহিল… ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

হীৰা, সোণ, ৰূপ একেলগেই আহিল... ইউটিউবত চেনেল খুলি এটাৰ পাছত আনটো ৰেকৰ্ড ৰোনাল্ডোৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.