• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

1 hour ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

4 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

editor by editor
November 14, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলী আৰু কালীপুজাৰ মাহতেই তৈয়াৰ হৈছে বুধাদিত্য যোগ। জ্যোতিষ শাস্ত্ৰ অনুসৰি সূৰ্য আৰু বুধৰ যুঁটিয়ে তৈয়াৰ কৰিছে বুধাদিত্য যোগ। এই দুই গ্ৰহই একে ৰাশিত অহাকেই বুধাদিত্য যোগ বুলি কোৱা হয়। দীপাৱলীৰ পাছতেই বৃশ্চিক ৰাশিত এই যোগ তৈয়াৰ হৈছে। জ্যোতিষ গণনা অনুসৰি ৬ নৱেম্বৰত বুধে বৃশ্চিক ৰাশিত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। ১৭ নৱেম্বৰত আকৌ একে ৰাশিতেই প্ৰৱেশ কৰিব সূৰ্যই। যাৰ ফলত বৃশ্চিকত বুধ আৰু সূৰ্যৰ মিলন ঘটি তৈয়াৰ হ’ব বুধাদিত্য যোগ। জ্যোতিষ শাস্ত্ৰত এই যোগ অত্যন্ত শুভ আৰু ব্যক্তিৰ জীৱনত এই যোগে একাধিক প্ৰভাৱ পেলাব বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে। এই যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ জীৱনত উন্নতি আহিব?

তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে বুধাদিত্য ৰাজযোগ অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ ধনৰ স্থানত এই যোগ তৈয়াৰ হ’ব। বিভিন্ন সময়ত আকস্মিক ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি ৰৈ থকা ধনো উভতাই পাব এই ৰাশিৰ জাতকে। এই ৰাশিৰ চাকৰিয়াল জাতকৰ আয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰি প্ৰশংসা লাভ কৰিব এই ৰাশিৰ জাতকে। কঠিন প্ৰচেষ্টাৰ ফলতেই কেৰিয়াৰত অসাধাৰণ সাফল্য অৰ্জন কৰিব। ইয়াৰোপৰি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব। ব্যৱসায়ীসকলৰো ঘন লাভৰ সম্ভাৱনা। মাৰ্কেটিং, মিডিয়া, শিক্ষা, যোগাযোগৰ সৈতে জড়িত জাতকসকলৰ বাবেও এই সময় শুভ।

সিংহ ৰাশি
বুধাদিত্য ৰাজযোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ আৰু ফলদায়ী। আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত এই যোগ তৈয়াৰ হৈছে। এই সময়ত গাড়ী আৰু সম্পত্তি লাভৰ যোগ আছে। কোনো বিলাসবহুল সামগ্ৰী ক্ৰয় কৰিব পাৰে সিংহ ৰাশিৰ জাতৰে। ইয়াৰোপৰি সিংহ ৰাশিৰ জাতকে ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ কৰ্মস্থানত দৃষ্টি থাকিব বুধাদিত্য যোগৰ। ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। চাকৰিয়াল জাতকসকলে কৰ্মক্ষেত্ৰত একাধিক দায়িত্ব লাভ কৰিব। মাতৃৰ সহযোগিতা লাভ কৰিব সিংহ ৰাশিৰ জাতকে।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ আয়ৰ স্থানতেই বুধাদিত্য ৰাজযোগ তৈয়াৰ হৈছে। কাৰণ আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত এই যোগৰ প্ৰভাৱ পৰিব। আপোনাৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। আয়ৰ নতুন উৎসও তৈয়াৰ হ’ব। ভাগ্যৰ সংগ লাভ কৰি ৰৈ যোৱা কোনো কাম সম্পন্ন হ’ব। চাকৰীয়ালসকলে কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ বাবে প্ৰশংসিত হ’ব। সন্তানৰ পৰা সু সংবাদ লাভ কৰিব। পুত্ৰ লাভৰো যোগ আছে। শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীতো ধন লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

পণ্ডিত নেহৰুৰ ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

পণ্ডিত নেহৰুৰ ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.