• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

3 years ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

5 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

6 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

6 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

7 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

7 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

7 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

8 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

9 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

9 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

10 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

11 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

editor by editor
November 14, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা চাকি নুমালেই দুচকুত উজ্বলে আশাৰ প্ৰদীপ৷ ১২ লাখ প্ৰদীপেও অযোধ্যাক উজ্বলাই তুলিব নোৱাৰিলে৷ ৰামনগৰীতেই আকৌ এবাৰ দাৰিদ্ৰতাক উপলুঙা কৰাৰ ছবি উজ্বলি উঠিল৷ ১২ লাখ চাকিৰ তলত ঘোৰ অন্ধকাৰ৷ ৰূঢ় বাস্তৱ ফুটি উঠিল ৰামনগৰী অযোধ্যাত। নিৰ্বাচনৰ প্ৰাকক্ষণত স্মৰণীয় দেৱালী উদযাপনৰ পৰিকল্পনা সঠিকভাৱেই কৰিছিল যোগী চৰকাৰে।

১২ লাখ প্ৰদীপেৰে সৰযূ নদীৰ পাৰ ক্ষন্তেক সময় পোহৰ হ’ল৷ গিনিজ বুক অৱ ৰেকৰ্ডছো আহিল যোগীৰ হাতলৈ৷ কিন্তু কেইটিমান শিশুৱে চাকিৰ মাজে মাজে টেমা লৈ ঘূৰি ফুৰাৰ দৃশ্যই হতাশ কৰি তুলিলে বহুজনক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগীক প্ৰশংসা কৰিলেও, নেটিজেনে এই ছবি দেখি প্ৰশংসা কৰিব পৰা নাই যোগীক৷ শিশুৰ পৰা গৰ্ভৱতী মহিলালৈকে৷ এই ভাইৰেল ভিডিঅ’ই সকলোকেই হতাশ কৰিছে৷ সকলোৰে হাতে হাতে একোটা বাচন৷ আৰক্ষীয়ে বাৰে বাৰে খেদিছে কিন্তু উভতি উভতি আহে৷ অৱশেষত কঠোৰ হৈ পৰিল আৰক্ষীও৷

আৰক্ষীৰ কঠোৰতাৰ বিপৰীতে এগৰাকী হাতযোৰ কৰিছে এগৰাকী মহিলাই কৈছে, ‘অনুগ্ৰহ কৰি আমাৰ নেখেদিব৷ আমাক নামাৰিব৷ এইখিনি তেলেৰে আমি খাবৰ বাবেহে গোটাইছো৷ আমি বহুদিন তেল ক্ৰয় কৰি এসাজ ভালকৈ খাব পৰা নাই৷

দাৰিদ্ৰতাৰ এই ছবি দাঙি ধৰিছে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও। অখিলেশ যাদৱে এই ছবি শ্বেয়াৰ কৰি লিখিছে, ‘দেৱত্বৰ মাজত দাৰিদ্ৰ৷ দাৰিদ্ৰতাই প্ৰদীপৰ পৰাও তেল সংগ্ৰহ কৰিবলৈ বাধ্য কৰাইছে৷ এই নিৰ্মোহ বাস্তৱ দেখিও কেনেকৈ জ্বলিব আশাৰ প্ৰদীপ? অভাৱী লোকৰ ঘৰত প্ৰদীপ জ্বলিলেহে দিৱালী উৎসৱমুখৰ হ’ব৷’

মাটি চাকিৰ পোহৰে উজ্বলাই থাকিলেও অভাৱ নামৰ দৈত্যই অন্ধকাৰেই কৰি ৰাখিছে অযোধ্যাক। সামাজিক মাধ্যমত ভাইৰেল ছবি দেখি প্ৰায়সংখ্যকেই কৈছে, তেলৰ আকাশলংঘী মূল্যৰ বাবে তেল ক্ৰয় কৰি খাব নোৱাৰিয়েই লাজ মান কাতি কৰি তেল সংগ্ৰহ কৰিছে এইসকল ব্যক্তিয়ে। ১২ লাখ প্ৰদীপ জ্বলাবলৈ ৩৬ হাজাৰ লিটাৰ তেল পুৰিছে যোগী চৰকাৰে৷ অথচ উত্তৰ প্ৰদেশৰ ৩০ শতাংশ মানুহেই অভাৱৰ বাবে তেল খাব নোৱাৰে৷ উত্তৰ প্ৰদেশৰ অৰ্ধেক শিশুৱেই অভাৱৰ বাবে পুষ্টিকৰ খাদ্য খাব নোৱাৰে৷ তাৰপিছতো এই আয়োজনেৰে অভাৱী মানুহকেই উপলুঙা কৰিছে যোগীয়ে৷

যোগীক এই কথাৰে সমালোচনা কৰিছে প্ৰায়সংখ্যক নেটিজেনেই৷ প্ৰায়সংখ্যকেই সামাজিক মাধ্যমত যোগীক সুধিছে, ‘৩৬ হাজাৰ লিটাৰ তেল কৰ পৰা ক্ৰয় কৰিছে যোগীয়ে?
এই তেল নিশ্চয় ভেজাল তেলেই হ’ব৷ এই তেলেৰে তেওঁলোকে এসাঁজ তৃপ্তিৰে খালেও পেটৰ অপকাৰ হ’ব৷ এই তেল খাই হাস্পতালত ভৰ্তী হোৱা শিশু মহিলাৰ দায়িত্ব যোগীয়ে ল’বনে?’ ২০১৭ চনত যোগী শাসনলৈ আহোতে উত্তৰ প্ৰদেশত তেলৰ দাম আছিল ৭০ টকা লিটাৰ। মাত্ৰ ৪ বছৰৰ ব্যৱধানত উত্তৰপ্ৰদেশত সেই তেলৰ দাম এতিয়া ২০০ৰ পৰা ২৬৫টকা। সৰযূ নদীৰ পাৰত বতাহ বলি থকাৰ বাবে চাকিসমূহ বেছিক্ষণ জ্বলি থকা নাছিল। নুমাই যোৱা চাকিসমূহ হৈ পৰিছিল বহুতৰে আশাৰ পোহৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
Next Post
পণ্ডিত নেহৰুৰ ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

পণ্ডিত নেহৰুৰ ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?

ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.