• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?

ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?

3 years ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

5 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

5 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

6 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

7 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

8 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

8 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

9 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

10 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

11 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

11 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

12 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?

editor by editor
November 14, 2023
in জীৱনশৈলী, ভাৰত
0
ইশা আম্বানীয়ে বিয়াত পৰিধান কৰা লেহেংগাৰ দাম ৯০ কোটি! কি বিশেষত্ব আছিল এই লেহেংগাত?
0
SHARES
8.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আম্বানী পৰিয়ালত অচিৰেই অনুষ্ঠিত হ’ব এখন বিয়া৷ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ বাবে প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰিছে আম্বানী পৰিয়ালে৷ বাগদান পৰ্ব কেইমাহমান পূৰ্বেই সম্পন্ন হৈছে৷ বাল্যকালৰেই বন্ধু ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিয়াত বহিব অনন্ত আম্বানী৷ এই বিবাহক নজৰত ৰাখিছে প্ৰায়সংখ্যক নেটিজেনেই৷ নজৰ দিবলগীয়া কথাও৷ কাৰণ আম্বানী পৰিয়ালত পূৰ্বে যিকেইখন বিবাহৰ অনুষ্ঠান আয়োজিত হৈছিল সকলোবোৰ অনুষ্ঠানেই আছিল চমক দিয়া৷ এইবাৰ সৰু পুত্ৰৰ বিয়াতো নিশ্চয় আম্বানী পৰিয়ালে ব্যতিক্ৰমী কিবা অনুষ্ঠানেই ৰাখিব৷

ইয়াৰ পূৰ্বে আকাশ আৰু কন্যা ইশাৰ বিয়াতো আম্বানীয়ে দেখুৱাইছিল বিশেষ চমক৷ আম্বানী পৰিয়ালৰ একমাত্ৰ কন্যা ইশাৰ বিয়াৰ বাজেট আছিল প্ৰায় ৭০০ কোটি৷ কন্যাক উপহাৰ হিচাপেই আম্বানীয়ে দিছিল ৪৫০ কোটিটকীয়া এটা বিলাসবহুল বাংলো৷ ইশাই বিবাহৰ দিনা পৰিধান কৰা লেহেংগাৰ দামেই আছিল ৯০ কোটি৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত হিৰা ব্যৱসায়ী আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আম্বানী কন্যা ইশা৷ বলীউড তাৰকাৰ পৰা হলীউড তাৰকালৈকে সকলোৱেই এই বিয়াত অংশ লৈছিল৷ হলীউডৰ পপ চিংগাৰ বিয়ন্সৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান, ছলমান খান, অমিতাভ বচ্চন, ঐশ্বৰ্য্য ৰায় বচ্চন, শচীন তেণ্ডুলকাৰ সকলোৱেই উপস্থিত আছিল সেই বিবাহৰ অনুষ্ঠানত৷ সকলোবোৰৰ মাজতেই ইশাৰ বিয়াৰ প্ৰধান আকৰ্ষণ আছিল ইশাৰ লেহেংগা৷ কেৱল ডিজাইনৰ বাবেই নহয় দামৰ বাবেও এই লেহেংগাই চৰ্চা লাভ কৰিছিল৷

সন্দীপ খোছলাই ডিজাইন কৰা এই লেহেংগা ইশাই তৈয়াৰ কৰিছিল নিজৰ মাতৃ নীতা আম্বানীৰ বিয়াৰ শাৰীৰে৷ ইশাৰ বিয়াৰ ৩৫ বছৰ পূৰ্বে মাতৃ নীতাই এই বিশেষ শাৰী তেওঁৰ বিয়াত পৰিধান কৰিছিল৷ মাতৃৰ সেই শাৰীৰেই তৈয়াৰ কৰা হৈছিল ইশাৰ লেহেংগা৷ এই লেহেংগা তৈয়াৰৰ বাবেই আম্বানীয়ে ব্যয় কৰিছিল ৯০ কোটি৷ লেহেংগাৰ সৈতে আছিল দুখন দুপাত্তা৷ গাঢ় ৰঙা ৰঙৰ দুপাত্তা কান্ধত লৈছিল ইশাই৷ মূৰত লৈছিল ধূসৰ ৰঙৰ ছিকুইনৰ কাম কৰা দুপাত্তা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ
বিনোদন

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

July 22, 2026
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
Next Post
বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক

বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক

মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.