• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

2 years ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

17 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

editor by editor
November 8, 2024
in জীৱনশৈলী
0
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা
0
SHARES
713
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত ৰাশি পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰতেই৷ বিভিন্ন গ্ৰহৰ ৰাশি পৰিবৰ্তনত ৰাজযোগ তৈয়াৰ হোৱাৰ ওপৰিও কাৰোবাৰ জীৱনত অশুভ প্ৰভাৱো পৰে৷ বিগত ২৯ অক্টোবৰ বুধে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে৷  বুধক বুদ্ধি, জ্ঞানৰ প্ৰতীক হিচাপে ধৰা হয়৷ সেয়ে বুধে যেতিয়া ৰাশি পৰিবৰ্তন কৰে তেতিয়াই মানুহৰ জীৱনত তাৰ বৃহৎ প্ৰভাৱ পৰিছে৷

আগন্তুক ১৬ নৱেম্বৰৰ পুৱা ৭বাজি ১৬ মিনিটত গ্ৰহৰ ৰজা সূৰ্যইয়ো এই ৰাশিত প্ৰৱেশ কৰিব৷ একে ৰাশিত বুধ আৰু সূৰ্য মিলি বুধাদিত্য ৰাজযোগ তৈয়াৰ কৰিব৷ এই ৰাজযোগৰ ফলতেই সুদিন আহিব ৪ ৰাশিৰ জীৱনত৷ কাৰ কাৰ উন্নতি, সাফল্য আহিব এই সময়ত? জানক সবিশেষ তথ্য৷

তুলা ৰাশি

চলিত মাহত সুদিন আহিব তুলা ৰাশিৰ৷ কৰ্মক্ষেত্ৰত কোনো অপ্ৰত্যাশিত সুখবৰ পাব৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কামত সুখী হ’ব৷ পদোন্নতি, দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আয় ব্যয়ৰ সামঞ্জস্য থাকিলে সঞ্চয় বাঢ়িব৷ ব্যৱসায়ত বৃহৎ বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালত শান্তি থাকিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ ঘৰত প্ৰৱেশ কৰিব সূৰ্যই৷ ফলত বুধাদিত্য ৰাজযোগ সকলোতকৈ বেছি লাভবান হ’ব বৃশ্চিক ৰাশি৷ অৰ্থপ্ৰাপ্তিৰ বৃহৎ যোগ আছে৷ বহু দিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়তেই লাভ কৰিব৷ মাটি বা সম্পত্তি সম্পৰ্কিত সমস্যা থাকিলে দূৰ হ’ব৷ আয় বাঢ়িব পাৰে৷ চাকৰিত উন্নতিৰ সুযোগ আহিব পাৰে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ দাম্পত্যৰ সমস্যা দূৰ হ’ব৷ জীৱনত নতুন প্ৰেম আহিব পাৰে৷

মকৰ ৰাশি

বুধাদিত্য ৰাজযোগত সৌভাগ্য আহিব মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ কোনো কঠিন অসুখত ভূগিলে সুস্থ হৈ উঠিব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে৷ কোনো নতুন ব্যৱসায় কৰাৰ সুযোগ আহিব পাৰে৷ সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিব৷ পৰিয়ালৰ বিবাদ এই সময়ত দূৰ হৈ শান্তি আহিব৷

কুম্ভ ৰাশি

বুধ সূৰ্যৰ মিলন কুম্ভ ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ মাটিক লৈ বিবাদ চলি থাকিলে এই সময়ত দূৰ হ’ব৷ ব্যৱসায়ীয়ে বৃহৎ কোনো বিনিয়োগৰ চুক্তি কৰিব পাৰে৷ চাকৰিত পদোন্নতিৰ সুযোগ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

মুখ্যমন্ত্ৰীৰ পেকেট লাঞ্চৰ পৰা হেৰাল এটা চিঙৰা, কোনে খালে মুখ্যমন্ত্ৰীৰ চিঙৰা? তদন্তত নামিছে CID, ভাইৰেল অভিযোগনামা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.