• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ

সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ

2 years ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

2 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

3 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

3 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

4 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

4 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

5 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

5 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

6 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

6 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

7 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

8 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ

editor by editor
August 10, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব
0
সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ

মহাকাশ জগতৰ পৰা পৃথিৱীৰ প্ৰতি ভাবুকি বাঢ়িছে, যাৰ ফলত পৃথিৱীত ভয়াৱহ ধ্বংস হোৱাৰ সম্ভাৱনা। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সতৰ্কবাণী দিছে যে ৫টা গ্ৰহাণু পৃথিৱীৰ ফালে গতি কৰিছে, যিবোৰে অহা ৩ দিনৰ ভিতৰত পৃথিৱীৰ সৈতে সংঘৰ্ষ কৰিব পাৰে। ইহঁতৰ আকাৰ ইমানেই ডাঙৰ যে পৃথিৱীৰ লগত খুন্দা মৰাৰ লগে লগে ইহঁতে ধ্বংসলীলাৰ সৃষ্টি কৰিব।

এই গ্ৰহাণু কেইটাৰ নাম – KH3, PN1, PS1, PK1, ON2 , এই পাঁচোটাই বিভিন্ন দিশৰ পৰা বিভিন্ন গতিৰে পৃথিৱীৰ ফালে আগবাঢ়িছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰটো হৈছে KH3 গ্ৰহাণুৰ, যাৰ উচ্চতা প্ৰায় ৬০০ ফুট। নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ তথ্য অনুসৰি নাছা আৰু অন্যান্য মহাকাশ সংস্থাসমূহে এই গ্ৰহাণুবোৰৰ ওপৰত নজৰ ৰাখিছে। অৱশ্যে এই গ্ৰহাণুবোৰে পৃথিৱী নিচেই কাষেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা, কিন্তু বৰ্তমান ইহঁতে পূৰ্ণ গতিৰে পৃথিৱীৰ দিশেই আগ বাঢ়ি আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আটাইতকৈ ডাঙৰ গ্ৰহাণুটো হৈছে ২০২৪ KH3, যিটো এটা অট্টালিকাৰ সমান ডাঙৰ। এই গ্ৰহাণুটো আজি ১০ আগষ্টৰ নিশা পৃথিৱীৰ অতি ওচৰেৰে পাৰ হৈ যোৱাৰ সম্ভাৱনা। যদিও ই পৃথিৱীৰ পৰা ৫৬ লাখ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব, কিন্তু নাছাৰ বিজ্ঞানীসকলে কয় যে পৃথিৱী এতিয়াও ইয়াৰ পৰা সুৰক্ষিত, কাৰণ পৃথিৱীৰ পৰা যিমান দূৰত আছে সিমান দূৰলৈকে ই নিশ্চিতভাৱে পাৰ হ’ব। কিন্তু কোনো ধৰণৰ ধুমুহা আহিলে ইয়াৰ দিশ সলনি হ’ব পাৰে। তেনে ক্ষেত্ৰত ই পৃথিৱীৰ লগত সংঘৰ্ষ হ’ব পাৰে।

২০২৪ PK1 নামৰ আন এটা গ্ৰহাণুও পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। এই সৰু গ্ৰহাণুটোৰ ব্যাস প্ৰায় ১১০ ফুট, যিটো পৃথিৱীৰ পৰা মাত্ৰ ৬৪ লাখ কিলোমিটাৰ দূৰত হ’ব। KH3 তকৈ পৃথিৱীৰ ওচৰত থকাৰ পিছতো ই কোনো ডাঙৰ ভাবুকি নহয়। ১২০ ফুট ব্যাসৰ বিমানৰ সমান আকাৰৰ তৃতীয়টো গ্ৰহাণু ২০২৪ অ’এন২য়ে ১২ আগষ্টত পৃথিৱীৰ আটাইতকৈ ওচৰেৰে পাৰ হ’ব। ই পৃথিৱীৰ পৰা ৬৮ লাখ কিলোমিটাৰৰ ভিতৰত পাৰ হ’ব যদিও আনৰ দৰে ইয়াকো ভাবুকি বুলি গণ্য কৰা নহয়। তথাপিও বিজ্ঞানীসকলে সুৰক্ষাজনিত কাৰণত এই সকলোৰে ওপৰত চকু ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asteroidearthEarth SpaceHuge AsteroidNASAspace
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!
বাণিজ্য

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
Next Post
সপোনত দাঁত সৰা দেখে নেকি, আৰু কি কি দেখে, হ’ব পাৰে মৃত্যুৰ কাৰণ

সপোনত দাঁত সৰা দেখে নেকি, আৰু কি কি দেখে, হ'ব পাৰে মৃত্যুৰ কাৰণ

মাত্ৰ ৫ মিনিটতে ১০০ শতাংশ চাৰ্জ, এই কোম্পানীয়ে বজাৰলৈ আনিলে বাহুবলী মোবাইল

মাত্ৰ ৫ মিনিটতে ১০০ শতাংশ চাৰ্জ, এই কোম্পানীয়ে বজাৰলৈ আনিলে বাহুবলী মোবাইল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.