• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

6 months ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

6 minutes ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

47 minutes ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

1 hour ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

9 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

10 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

11 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

12 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

12 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

13 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

13 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

editor by editor
October 11, 2025
in জীৱনশৈলী
0
ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনতেৰাছ সুখ, সমৃদ্ধিৰ দিন৷ কাতি মাহৰ ত্ৰয়োদশীত ধনতেৰাছ পালিত হয়৷ দীপাৱলিৰ পাঁচ দিনৰ প্ৰথম দিন হৈছে ধনতেৰাছ৷ ধন সম্পদৰ দেৱতা কুবেৰ আৰু আয়ুৰ্বেদৰ দেৱতা ভগৱান ধন্বন্তৰিক এইদিনটোত পূজা কৰা হয়৷ ধনতেৰাছক ধন্বন্তৰী ত্ৰয়োদশীও কোৱা হয়৷

ধনতেৰাছত কিছু সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকা উচিত৷ অন্যথা ঘৰত দৰিদ্ৰ আহিব৷ জানি থওক কি কি সামগ্ৰী ধনতেৰাছত ক্ৰয় নকৰিব?

ধৰাল বস্তু

ধনতেৰাছৰ দিনা ক্ৰয় বিক্ৰয় কৰাৰ সময়ত ধৰাল সামগ্ৰী কিনাটো অশুভ৷ ছুৰি, কেঁচি ইত্যাদি ক্ৰয় কৰা খুবেই অশুভ বুলি কোৱা হয়৷ ঘৰত এইসমূহ সামগ্ৰীয়ে বাস্তুদোষৰ সৃষ্টি কৰে৷

ক’লা সামগ্ৰী

ধনতেৰাছৰ দিনা ক’লা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকা উচিত৷ ধনতেৰাছ এক খুবেই শুভ দিন, যেতিয়া ক’লা ৰং সকলো সময়তে অশুভ প্ৰতীক হিচাপে বিবেচিত হয়৷ সেয়ে ধনতেৰাছৰ দিনা ক’লা ৰঙৰ সামগ্ৰী এৰাই চলা উচিত৷ ইয়াৰোপৰি এই দিনটোত ক’লা ৰঙৰ পোছাক পিন্ধাও উচিত নহয়৷

প্লাষ্টিকৰ পণ্য

ধনতেৰাছৰ দিনা প্লাষ্টিকেৰে তৈয়াৰী সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷ ঘৰত প্লাষ্টিকৰ সামগ্ৰী আনিলে বাস্তুৰ দিশৰ পৰা সেয়া সঠিক নহয়৷ সেয়ে ধনতেৰাছৰ দিনা প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷

লোহাৰ সামগ্ৰী ক্ৰয় নকৰিব

ধনতেৰাছৰ দিনা লোহাৰে তৈয়াৰী সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷ আপুনি যদি লোহাৰ পাত্ৰ কিনিব খুজিছে তেন্তে ধনতেৰছৰ আগতে বা পিছত ক্ৰয় কৰিব৷

খালী পাত্ৰ নিকিনিব

ধনতেৰাছৰ দিনা কেতিয়াও খালী পাত্ৰ ক্ৰয় কৰা উচিত নহয়৷ বিশ্বাস কৰা হয় যে, এক খালি পাত্ৰই ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভাল প্ৰভাৱ নেপেলায়৷ সেয়ে ঘৰত বাচন অনাৰ পূৰ্বে পানী বা অন্য কোনো সামগ্ৰী ভৰাইহে আনিব৷

ধনতেৰাছ ২০২৫ কেতিয়া?

এইবছৰ ১৮ অক্টোবৰ শনিবাৰে ধনতেৰাছ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
Next Post
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.