• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

7 months ago
গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

2 minutes ago
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

34 minutes ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

2 hours ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

3 hours ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

4 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

6 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

7 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

editor by editor
October 11, 2025
in জীৱনশৈলী
0
কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
“Viscera test”   হৈছে শৰীৰৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ পৰীক্ষা কৰাকে বুজায়৷ যিয়ে মৃত্যুৰ কাৰণ নিৰ্ণয় বা বিষপ্ৰয়োদৰ ঘটনা ঘটিছে নেকি সেয়া নিৰ্ধাৰণৰ এক ৰাসায়নিক বিশ্লেষণ প্ৰক্ৰিয়া৷ এই পৰীক্ষায় প্ৰধানকৈ মানুহৰ বুকু আৰু পেটৰ ভিতৰৰ অংগ যেনে হৃদপিণ্ড, হাওঁফাওঁ, যকৃৎ, পাকস্থলী আৰু অন্ত্ৰ পৰীক্ষা কৰা হয়৷

কিয় ভিছেৰা পৰীক্ষা কৰা হয়?

মৃত্যুৰ কাৰণ নিৰ্ণয়
বিশেষকৈ যেতিয়া মৃত্যুৰ কাৰণক লৈ সন্দেহ থাকে যেনে বিষক্ৰিয়া বা অন্য কোনো অস্বাভাৱিক কাৰণত মৃত্যু হলে ভিছেৰা ৰিপৰ্টৰ মাধ্যমেৰে তাৰ কাৰণ বিস্তাৰিতভাৱে জনা যায়৷
বিষক্ৰিয়াৰ প্ৰমাণ
কোনো ব্যক্তিয়ে বিষক্ৰিয়াৰ চিকাৰ হৈ মৃত্যুৰ মুখত পৰিছে নেকি সেই তথ্য ভিছেৰা ৰিপৰ্টৰ মাধ্যমেৰেই জানিব পাৰি৷

আইনী তদন্ত

অপৰাধমূলক ঘটনা বা সন্দেহজনক মৃত্যুৰ ক্ষেত্ৰত ভিছেৰা ৰিপৰ্ট ফৰেনছিক বা আইনী তদন্তৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়৷

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়?

পোষ্টমৰ্টেমঃ ভিছেৰা পৰীক্ষা সাধাৰণতে পোষ্টমৰ্টেম প্ৰক্ৰিয়াৰ এক অংশ৷
সংৰক্ষমঃ মৃতদেহৰ পৰা কিছু অংগ-প্ৰত্যংগ যেনে যকৃৎ, পাকস্থলী আৰু কিছু তৰল ৰাসায়নিক বিশ্লেষণৰ বাবে সংৰক্ষণ কৰা হয়৷
বিশ্লেষণঃ ইয়াৰ পাছতেই লেবৰটৰিত এইসমূহ নমুনা পৰীক্ষা কৰি দেখা যায় যে কোনো অস্বাভাৱিক ৰাসায়নিক বা বিষাক্ত পদাৰ্থৰ উপস্থিতি আছে নেকি৷
সংক্ষেপত ভিছেৰা টেষ্ট এক ৰাসায়নিক প্ৰক্ৰিয়া যাৰ মাধ্যমেৰে দেহৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ নমুনা পৰীক্ষা কৰি মৃত্যুৰ কাৰণ, বিশেষকৈ বিষক্ৰিয়া নিৰ্ণয় কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…
জীৱনশৈলী

May 22, 2026
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?
জীৱনশৈলী

8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

May 22, 2026
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

May 22, 2026
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ
জীৱনশৈলী

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

May 22, 2026
Next Post
আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন