• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

8 months ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

5 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

6 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

6 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

7 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

9 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

10 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

11 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

12 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

editor by editor
October 11, 2025
in জীৱনশৈলী
0
আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়
0
SHARES
740
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিডনি হৈছে শৰীৰৰ অন্যতম জৰুৰী অংগ৷ এই অংগই শৰীৰৰ পৰা ক্ষতিকৰ উপাদান বাহিৰ কৰি দিয়ে৷ ইয়াৰোপৰি তৈয়াৰ কৰে প্ৰস্ৰাৱ৷ ইয়াৰ সৈতে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ, কিছু হৰমন তৈয়াৰসহ নানান কাম কৰে৷ সেয়ে সুস্থ থাকিব খুজিলে কিডনিৰ স্বাস্থ্যৰ দিশত যত্ন লোৱাটো জৰুৰী৷

অৱশ্যে এটা কথা মূৰত ৰাখিব লাগে যাতে আমাৰ নিজৰ ভুলত কিডনিৰ ক্ষতি নহয়৷ এই অংগক লৈ একাধিক জটিল অসুখ হ’ব পাৰে৷ সেয়ে সতৰ্ক হোৱাটো জৰুৰী৷ জানি থওক কি কি কাৰণত কিডনিৰ ক্ষতি হয়৷

পানী কমকৈ খোৱা

কম পৰিমাণে পানী খালে কিডনিত জমা হ’ব পাৰে বিভিন্ন উপাদান৷ যাৰ ফলত কিডনিত ষ্টোন হ’ব পাৰে৷ কেৱল সেয়াই নহয়, কম পৰিমাণে পানী খোৱাৰ কাৰণে কিডনিৰ কাৰ্যকাৰিতা কমি যাব পাৰে৷ বৰং চিকিৎসকৰ পৰামৰ্শ মানি পানী খাওক৷

অতিৰিক্ত নিমখ এৰাই চলক

আমাৰ শৰীৰত বেছি পৰিমাণে নিমখ বা ছডিয়াম সোমালে কিডনিৰ ক্ষতি হয়৷ প্ৰকৃততে কিডনিৰ ওপৰত অতিৰিক্ত চাপ দিয়ে ছডিয়ামে৷ যাৰ ফলত বৃক্কৰ অৱস্থা বেয়া হ’বলৈ ধৰে বুলি জনাইছে বিশেষজ্ঞই৷ সেয়ে সুস্থ থাকিব খুজিলে কেতিয়াও অতিৰিক্ত নিমখ নাখাব৷ বিশেষকৈ কেঁচা নিমখ এৰাই চলাটো ভাল৷

মদ্যপান আৰু ধূমপানো ক্ষতিকৰ

বহুতেই নিয়মিত মদ্যপান আৰু ধূমপান কৰে৷ আৰু সেই অভ্যাসেই ডাঙৰ ক্ষতি কৰে শৰীৰৰ৷ বিশেষকৈ ক্ষতিৰ সন্মুখীন হয় কিডনি৷ এই অংগৰ ৰক্তনলীসমূহ মূলত ক্ষতিৰ মুখত পৰে৷ যাৰ ফলত কিডনিত স্বাভাৱিক ৰক্ত চলাচল বন্ধ হয়৷ আৰু এই দুই নিচাই এই সমস্যা বহু পৰিমাণে বঢ়াই তোলে৷

টোপনি কম হোৱা

সুস্থ থাকিব খুজিলে প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা টোপনি জৰুৰী৷ ইয়াতকৈ বেছি সময় শুলে অসুবিধা নাই৷ কিন্তু কমকৈ শুলে আপুনি অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷ বহুতেই এই বিষয়টো নাভাৱি কমকৈ শুৱে৷ যাৰ ফলত কিডনিৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ পৰে৷ কেৱল কিডনিৰ ওপৰতেই প্ৰভাৱ পৰে তেনে নহয়, ডায়বেটিছ, প্ৰেছাৰ আৰু ছুগাৰো হ’ব পাৰে৷

পেইনকিলাৰ খোৱা

বিষৰ ঔষধ কেতিয়াও চিকিৎসকৰ পৰামৰ্শ অবিহনে নাখাব৷ এই ভুলেই প্ৰকৃততে শৰীৰৰ অৱস্থা বেয়া কৰি তোলে৷ বিপদ বাঢ়ে কিডনিৰ৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে পেইনকিলাৰ নাখাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
Next Post
কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা ভাল সময় এই ৩ ৰাশিৰ, গজকেশৰী ৰাজযোগত খুলিব সৌভাগ্যৰ দুৱাৰ

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

নতুন সপ্তাহত বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্বলি উঠিব এই ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.