• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 months ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

37 seconds ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

43 minutes ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

1 hour ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

2 hours ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

3 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

12 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

13 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

editor by editor
March 20, 2026
in জীৱনশৈলী
0
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আৰু চন্দ্ৰই যেতিয়া এটাই আনটোৰ ঠিক বিপৰীতে অৱস্থান কৰে আৰু তেওঁলোকৰ মাজত ১৮০ কোণ তৈয়াৰ হয় তেতিয়াই তৈয়াৰ হয় শক্তিশালী ব্যতিপত যোগ৷ আগন্তুক ৩১ মাৰ্চ ২০২৬ মঙলবাৰে পুৱা ৭ বাজি ২৬ মিনিটত এই বিশেষ যোগ গঠিত হব৷ জ্যোতিষীৰ মতে সাধাৰণত ব্যতিপত যোগক চেলেঞ্জিং সময় হিচাপে ধৰা হয়৷ এই বছৰ এই যোগে ৪টা ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷

কৰ্কট ৰাশি

এই সূৰ্য-চন্দ্ৰৰ বিপৰীত অৱস্থান কৰ্কট ৰাশিৰ জাতকৰ বাবে বিশেষভাৱে অনুকূল হব পাৰে৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল৷ মানসিক শান্তি আৰু ইতিবাচক চিন্তাভাৱনা বৃদ্ধি পাব৷ দাম্পত্য জীৱনত কোনো ভুল বুজাবুজি থাকিলে সেয়া দূৰ হব৷ নতুন বাহন ক্ৰয়ৰ সুযোগ তৈয়াৰ হব পাৰে৷ সামাজিক সন্মান আৰু পৰিচিতিও বাঢ়িব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই যোগে অগ্ৰগতিৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ পৰিয়ালত উত্তেজনা কমি মানসিক শান্তি উভতিব পাৰে৷ কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ সম্ভাৱনা আছে৷ অতীতত কৰা বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে৷ পৰিয়ালত অহংকাৰ বা মতবিৰোধ যাতে বাঢ়িব নিদিয়ে সেই পৰামৰ্শ দিছে জ্যোতিষীয়ে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত ইতিবাচক হ’ব পাৰে৷ দীৰ্ঘদিনৰ বিবাদ দূৰ হব পাৰে আৰু কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব পাৰে৷ নতুন কোনো প্ৰকল্প বা কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ ব্যৱসায়ত লাভ বাঢ়িব পাৰে আৰু ব্যয় কমি সঞ্চয়ৰ সুযোগ তৈয়াৰ হব৷ স্বাস্থ্যৰো উন্নতি হোৱাৰ সম্ভাৱনা আছে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে সূৰ্য-চন্দ্ৰৰ এই বিশেষ অৱস্থানে আৰ্থিক উন্নতিৰ পথ খুলি দিব পাৰে৷ ৰৈ থকা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনা আছে৷ মানসিক উদ্বেগ কমি স্থিতিশীলতা উভতি আহিব৷ ইয়াৰোপৰি শাৰীৰিক শক্তি আৰু কৰ্মক্ষমতাও বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
জীৱনশৈলী

May 9, 2026
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
জীৱনশৈলী

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

May 9, 2026
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?
জীৱনশৈলী

হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

May 9, 2026
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

Next Post
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন