অসম লাইভ২৪ঃ
ডিব্ৰুগড়ত ১৫০০ মানুহ বহিব পৰা কনভেন্সন চেণ্টাৰ নিৰ্মাণ কৰা হ’ব
৫০০ আসনযুক্ত এটা চেণ্টাৰ নিৰ্মাণতো অনুমোদন
ডিব্ৰুগড়ত তিনিখনকৈ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে অনুমোদন
আমোলাপট্টি, লাহোৱাল আৰু মানকাটাত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু
চৌকিডিং খেলপথাৰত হ’ব ফ্লাড লাইটৰ ব্যৱস্থা
ডিব্ৰুগড় পুলিছ ৰিজাৰ্ভ পাৰ্কলৈ ৰূপান্তৰ হ’ব
ডিব্ৰুগড়ত থানা নিৰ্মাণৰ বাবে ৩০০ কোটি টকাৰ অনুমোদন কেবিনেটৰ
চেঁচাৰ পৰা ইটাখুলিলৈ নিৰ্মাণ হ’ব ডাৱল লেন
ডিব্ৰুগড়ত চিএম সচিবালয় কাৰ্যালয় নিৰ্মাণ কৰা হ’ব
নাহৰকটীয়াত অত্যাধুনিক হকী ষ্টেডিয়াম নিৰ্মাণতো অনুমোদন কেবিনেটৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুটাকৈ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব
তেজপুৰত নিৰ্মাণ হ’ব নতুন ৰাজভৱন
ডিব্ৰুগড় কাৰাগাৰ টিংখাঙলৈ স্থানান্তৰৰ সিদ্ধান্ত
আঘোণাবাৰীত নিৰ্মাণ হ’ব মথাউৰি
ডিব্ৰুগড়ত নিৰ্মাণ হ’ব ৫খন নতুন দলং
উত্তৰপ্ৰদেশৰ ঘাটামপুৰ প্ৰকল্পত ২০ শতাংশ বিনিয়োগ কৰিব অসম চৰকাৰে
উত্তৰ প্ৰদেশ চৰকাৰ আৰু ভাৰত চৰকাৰে যুঁটিয়াভাৱে আৰম্ভ কৰিছে এই প্ৰকল্প
এই প্ৰকল্পত উত্তৰপ্ৰদেশ চৰকাৰৰ আছে ৪৯ শতাংশ অংশীদাৰীত্ব
ভাৰত চৰকাৰৰ আছে ৫১ শতাংশ অংশীদাৰত্ব
উত্তৰ প্ৰদেশ চৰকাৰৰ ২০ শতাংশ বিনিয়োগ শ্বেয়াৰ হ’ব অসম চৰকাৰৰ সৈতে
কাইলৈ আলোচনাৰ বাবে যোগীৰ ৰাজ্যলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী
এই প্ৰকল্পৰ পৰা ৪০০ মেগাৱট বিদ্যুত লাভ কৰিব অসমে
১০০০ কোটি টকা ঘাটামপুৰ পাৱাৰপ্ৰজেক্টৰ বাবে ধাৰ্য্য
১০ মাৰ্চৰ পৰা আৰম্ভ হ’ব বাজেট অধিবেশন
১৬ মাৰ্চত দাখিল হ’ব বাজেট
পৰবৰ্তী কেবিনেট অনুষ্ঠিত হ’ব ওদাগুৰীত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ