নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক
কি কি আছে মুখ্যমন্ত্ৰীৰ খাদ্যৰ তালিকাত?
১. প্নেন ৰাইচ, জিৰা ৰাইচ, পোলাও
২. ছাগলীৰ মাংস
৩. মিছা মাছ ভজা
৪. আদা দিয়া সৰু মাছ
৫. কাৱৈ, মাগুৰৰ লগত ভেদাইলতা, নৰসিংহৰ আঞ্জা
৬. আৰি, ভকুৱা, বৰালি মাছৰ টেঙা আঞ্জা
৭. চিকেন চুপ বইল
৮. মাহৰ দাইলৰ লগত খাহিৰ তেল
৯. মিক্স দাইল
১০. তৰকাৰী
১১. কলফুল ভাজি
১২. ঢেঁকীয়া ভাজি
১৩. কল পছলা
১৪. সৰু আলু ভাজি
১৫. বৰা ভাজি
১৬. আলু পিটিকা
১৭. পদিনা বটা
১৮. তিল বটা
১৯. অমিতা খাৰ
২০. চালাদ
২১. মিঠা দৈ
২২. গোলাপ জামুন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ