• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

6 months ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

38 minutes ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

60 minutes ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

1 hour ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

2 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

3 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

4 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

5 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

5 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

7 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

23 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

editor by editor
April 8, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত আৰ্থিক সঞ্চয়ৰ পথত সকলোতকৈ ডাঙৰ প্ৰতিবন্ধকতা হৈছে মুদ্ৰাস্ফীতি৷ সকলো বস্তুৰেই দাম দিনকদিনে বৃদ্ধি পাইছে৷ ফলত সঞ্চয়ৰ বাবে বিনিয়োগৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিছে৷ বজাৰত বিনিয়োগৰ নানান বিকল্প থাকিলেও সকলোবোৰ নিৰাপদ নহয়৷ বহু ক্ষেত্ৰত কষ্টাৰ্জিত অৰ্থ লোকচানৰ ভয় থাকে৷ বহুতেই নিৰাপদ বিনিয়োগ মানে ফিক্সড ডিপজিট সেৱাকেই বুজে৷ এফ ডি বজাৰৰ সৈতে যুক্ত নহয়৷ ফলত বজাৰৰ ওঠানমাত ইয়াত কোনো প্ৰভাৱ নপৰে৷ বিনিয়োগো থাকে সম্পূৰ্ণ নিৰাপদে৷ ইয়াৰ সৈতে থাকে নিশ্চিত ৰিটাৰ্ণো৷

দেশৰ বৃহত্তম চৰকাৰী বেংক SBIত ৭ দিনৰ পৰা আৰম্ভ কৰি ১০বছৰলৈকে ম্যাদত ফিক্সড ডিপোজিট কৰিব পাৰি৷ সুদো ভাল দিয়া হয়৷ কিছু এফ ডি বিনিয়োগত আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰৰ সুবিধাও পোৱা যায়৷ যদি কোনোৱে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফিক্সড ডিপোজিট স্কিমত ১৮০ দিনৰ বাবে ৩লাখ টকা বিনিয়োগ কৰিলে ম্যাদৰ শেষত কিমান টকা ৰিটাৰ্ণ পাব? কিমান সুদ লাভ কৰিব?

SBlত ৭দিনৰ পৰা ৪৫ দিনৰ ম্যাদত ৩.৫০শতাংশ, ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ম্যাদত ৫.৫০ শতাংশ, ১৮০ দিনৰ পৰা ২১০ দিনৰ ম্যাদত ৬শতাংশ ২১১ দিনৰ পৰা ১ বছৰৰ ম্যাদত ৬.২৫ শতাংশ, ১ বছৰৰ পৰা ২ বছৰৰ ম্যাদত ৬.৮০শতাংশ, ২ বছৰৰ পৰা ৩ বছৰতকৈ কম ম্যাদত ৭ শতাংশ, ৩ বছৰৰ পৰা ৫ বছৰৰ কম ম্যাদত ৬.৭৫ শতাংশ আৰু ৫ বছৰৰ পৰা ১০ বছৰৰ ম্যাদতচ ফিক্সড ডিপজিটত ৬.৫০শতাংশ হাৰত সুদ পোৱা যায়৷

ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকক সুদ দিছে ৬.২৫শতাংশ৷ চিনিয়ৰ চিটিজেনক ৬.৭৫শতাংশ সুদ দিছে৷ ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩ লাখ টকা জমা কৰিলে সাধাৰণ নাগৰিকৰ মেচিউৰিটিৰ সময়ত মুঠ ৩,০৯,৩১৭ টকা পাব পাৰে৷ ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩ লাখ টকা জমা কৰিলে চিনিয়ৰ চিটিজেনে মেচিউৰিটিৰ সময়ত মুঠ ৩,১০,০৬৮ টকা লাভ কৰিব৷

অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত ১৮০ দিনৰ ফিক্সড ডিপজিটত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত সাধাৰণ নাগৰিকে ৩,০৯,৩১৭ টকা আৰু চিনিয়ৰ চিটিজেনে ৩,১০,০৬৮ টকা পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.