• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

2 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

3 minutes ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

28 minutes ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

2 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

3 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

4 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

4 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

7 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

9 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

9 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

editor by editor
July 7, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ বছৰৰ প্ৰেম, ৫ মহীয়া বিবাহ, এতিয়া ওৰেটো জীৱন বগা সাজ, কন্দুৱাই তুলিব স্মৃতিৰ কাহিনীয়ে

সামাজিক মাধ্যমত ভিডিঅ ভাইৰেল হৈ আঙে বগা শাৰী পিন্ধা এগৰাকী নাৰীৰ কিছু দৃশ্যাংশ। এটা ভিডিঅত যদি স্বামীৰ কতা কৈছে, আন এটাত শাহুৰ সৈতে লগ হৈ স্বামীৰ বীৰ পদক গ্ৰহণ কৰিছে। সেই বগা সাজ পৰিধান কৰা নাৰী গৰাকীয়েই হৈছে স্মৃতি। যাৰ কাহিনী শুনি এতিয়া অন্য হাজাৰ জনত চকুত চকুপানী।

‘কলেজত থাকোতেই প্ৰেমত পৰিছিলো, আমাৰ প্ৰেম কাহিনী ৮ বছৰ ধৰি চলিছিল, মাত্ৰ ৫ মাহ পূৰ্বে বিয়া হৈছিলো, কিন্তু মই ভবা নাছিলো যে হঠাতে আৰু এনেকৈ মোৰ শীৰৰ সেন্দুৰ মচি যাব। এতিয়া মোৰ হাতত কেৱল তেওঁৰ স্মৃতিবোৰহে আছে। ৮ বছৰ ৫ মাহৰ স্মৃতি, এইবোৰৰ সহায়ত জীৱনটো পাৰ কৰিম। তাৰ সপোন পূৰণ কৰিম। শেষৰ কথা-বতৰা ১৮ তাৰিখৰ নিশা হৈছিল, ব্যক্তিগত কথা-বতৰা আৰু ভৱিষ্যত সম্পৰ্কীয় কিছু কথা-বতৰা হৈছিল যদিও ১৯ তাৰিখে পুৱা সকলো সপোন ছিন্নভিন্ন হৈ পৰিছিল।’

নিশাটোৰ ভিতৰতে সলনি হৈ পৰিছিল জীৱন। আগদিনা সুন্দৰ ভৱিষ্যতৰ কথা, পিছদিনা স্বামীৰ মৃত্যুৰ খবৰ। ৰঙা পোছাক বগা শাৰীলৈ সলনি হৈ গৈছিল। সপোনৰ ঘৰ সজাৰ পূৰ্বেই ত্ৰিৰঙত মেৰিয়াই আহিছিল দুঃ খবৰ।

শ্বহীত কেপ্তেইন অংশুমানৰ পত্নী স্মৃতিৰ কাহিনী এয়া। স্বামীৰ বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কীৰ্তি চক্ৰৰে সন্মানিত কৰিছিল শ্বহীদ স্বামী কেপ্তেইন অংশুমানক। সেই কীৰ্তি চক্ৰ গ্ৰহণ কৰিছে সদ্য বিবাহিত লগতে সদ্য বিধবা পত্নীয়ে। চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে স্মৃতিৰ এই ভিডিঅ’টো।

অংশুমান পঞ্জাৱ ৰেজিমেণ্টৰ ২৬ নং বেটেলিয়নত আছিল । তেওঁ ভাৰতীয় সেনাৰ মেডিকেল কৰ্পছৰ চিকিৎসক। ২০২৩ চনৰ জুলাই মাহত তেওঁ অপাৰেচন মেঘদূটৰ অংশ হৈ পৰে। ছিয়াচেনত মেডিকেল অফিচাৰ হিচাপে নিযুক্তি পায়। স্বামীৰ সৈতে শেষ কথা-বতৰা হৈছিল ১৮ জুলাইত। নতুন ঘৰ, ল’ৰা-ছোৱালী আৰু ভৱিষ্যতৰ বাবে বহু পৰিকল্পনা কৰা কথা হৈছিল দুয়ো স্বামী-স্ত্ৰীৰ। এটা বছৰ হৈ গল সেই কথা-বতৰাৰ, আজিয়ো মানস পটত স্পষ্ট সকলো।

২০২৩ চনৰ ১৯ ​জুলাইৰ পুৱা প্ৰায় ৩ বজাত ছিয়াচেনৰ সেনা শিবিৰৰ অস্ত্ৰ মজুত স্থানত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছিল। বিস্ফোৰণৰ পিছত সংঘটিত হোৱা অগ্নিকাণ্ডই আগুৰি ধৰিছিল ওচৰৰ ঘৰবোৰ। তেনে এটা ঘৰতে আৱদ্ধ হৈ থকা মানুহক বচাওঁতে কেপ্তেইন অংশুমানে প্ৰাণ হেৰুৱাই। অন্য বহু মানুহৰ জীৱন ৰক্ষা কৰে, কিন্তু নিজেই বেয়াকৈ জ্বলি শেষ হৈ যায়। পুৱা ৭ বজাত অংশুমানৰ বলিদানৰ খবৰ আহে আৰু গোটেই পৰিয়ালটোৰ জীৱন সলনি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Captain AngsumanIdnianindian armyKirti Chakraviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 31, 2026
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!
জীৱনশৈলী

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

July 31, 2026
Next Post
আৰক্ষী বিষয়াৰ পৰা স্বয়ম্ভু ভগৱান, মাজতে বেয়া কাম কৰি কাৰাগাৰো, সম্পত্তি জানিলে আচৰিত হৈ পৰিব আপুনি

আৰক্ষী বিষয়াৰ পৰা স্বয়ম্ভু ভগৱান, মাজতে বেয়া কাম কৰি কাৰাগাৰো, সম্পত্তি জানিলে আচৰিত হৈ পৰিব আপুনি

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.