• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 months ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

29 minutes ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

1 hour ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

2 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

3 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

3 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

4 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

5 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

6 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

6 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

7 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

23 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

editor by editor
April 11, 2026
in বাণিজ্য, বিবিধ
0
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
0
SHARES
886
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যদি কোনোৱে এখন নতুন বাহন ক্ৰয় কৰাৰ কথা ভাৱিছে আৰু কাৰলোন ল’ব খোজে তেন্তে কেৱল ডিলাৰছিপ অফাৰৰ ওপৰত নিৰ্ভৰ কৰাটো ঠিক নহয়৷ বিভিন্ন বেংক, ঋণ প্ৰদানকাৰী ৱেবচাইট আৰু অনলাইন পৰ্টেলৰ সুদৰ হাৰ তুলনা কৰি আৰু ভাল ডিল বিচাৰি পাব পাৰে৷ এক নজৰত জানি থওক কোন বেংকে ৫ বছৰৰ ম্যাদত ১০ লাখ টকাৰ বাবে সকলোতকৈ সস্তাত ঋণ অফাৰ কৰে আৰু EMI কিমান হ’ব?
BankBazaar ৰ সৰ্বশেষ তথ্য অনুসৰি ১০ লাখ টকাৰ নতুন গাড়ী ঋণৰ সুদৰ হাৰ চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহত ৭.৮৫ শতাংশৰ পৰা ৯.৯৯ শতাংশ পৰ্যন্ত যায়৷ প্ৰকৃত সুদৰ হাৰ গ্ৰাহকৰ ক্ৰেডিট প্ৰফাইল, আয় আৰু পৰিশোধৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে৷

চৰকাৰী বেংকসমূহৰ বাবে সুদৰ হাৰ আৰু EMI

পঞ্জাৱ নেশ্ব্যনেল বেংক- ৭.৮৫ শতাংশ সুদ, EMI ২০, ২০৫ টকা, ইউনিয়ন বেংক অফ ইণ্ডিয়া- ৭.৯০ শতাংশ সুদ, EMI- ২০,২২৯ টকা, বেংক অফ বৰোদা- ৮.১৫ শতাংশ সুদ, EMI ২০,৩৪৮ টকা, কানাড়া বেংক- ৮.২০ শতাংশ সুদ, EMI- ২০,৩৭২ টকা৷
বেচৰকাৰী বেংকসমূহৰ বাবে সুদৰ হাৰ আৰু EMI- IDBI ব্যাঙ্ক- ৭.৯৫ শতাংশ সুদ, EMI ২০,২৫২ টকা, ICICI ব্যাঙ্ক – ৮.৫ শতাংশ সুদ, EMI ২০,৫১৭ টকা, Axis ব্যাঙ্ক – ৮.৮ শতাংশ সুদ, EMI ২০,৬৬১ টকা, HDFC ব্যাঙ্ক – ৯.৪০ শতাংশ সুদ, EMI ২০,৯৫৩ টকা IDFC ফার্স্ট ব্যাঙ্ক – ৯.৯৯ শতাংশ সুদ, EMI ২১,২৪২ টকা
পঞ্জাৱ নেশ্ব্যনেল বেংক সকলোতকৈ সস্তা বিকল্প
যদি কোনোৱে কম EMIত গাড়ী লোন ল’ব খোজে তেন্তে পঞ্জাৱ নেশ্ব্যনেল বেংক এটা ভাল বিকল্প হব পাৰে৷ বেচৰকাৰী বেংকসমূহে কিছু বেছি সুদৰ হাৰ অফাৰ কৰে৷ পঞ্জাৱ নেশ্ব্যনেল বেংক সকলোতকৈ সস্তা বিকল্প৷ নতুন গাড়ী ঋণৰ সুদৰ হাৰ ৭.৮৫ শতাংশৰ পৰা আৰম্ভ৷ ১০ লাখ টকাৰ ৫ বছৰৰ গাড়ীৰ ঋণৰ EMI হৈছে ২০, ২০৫ টকা৷

এই বিষয়সমূহ মনত ৰাখিব লাগিব

এটা ভাল ক্ৰেডিট স্কোৰে সুদৰ হাৰ কমাব পাৰে৷ বাহনৰ ডিলাৰৰ ফাইনেন্স স্কিমতকৈ বিভিন্ন বেংকৰ কৰা ভাল৷ EMI কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে মাহিলী বাজেট আৰু স্থিৰ ব্যয় বিবেচনা কৰিব লাগে৷ নতুন গাড়ীৰ ঋণ লোৱাৰ সময়ত কেৱল এটা বেংকৰ ওপৰত নিৰ্ভৰ কৰা ঠিক নহয়৷ সুদৰ হাৰ ২শতাংশ পৰ্যন্ত পৰিবৰ্তিত হয়, যি বছৰৰ পাছত বছৰ ধৰি EMIক প্ৰভাৱিত কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
Next Post
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.