• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

1 year ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 hour ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

2 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

3 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

4 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

5 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

6 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

24 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

1 day ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ

editor by editor
September 23, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
নিৰাপদ নহয় হেনো আপোনাৰ হাতৰ আইফোনটোও, সতৰ্কবাৰ্তা কেন্দ্ৰৰ
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপলৰ বিভিন্ন প্ৰডাক্টক লৈ এইবাৰ সতৰ্কবাৰ্তা দিছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি টিমে৷ বহু প্ৰতিক্ষীত আইফোন ১৬ চিৰিজৰ বিক্ৰি ভাৰতত আৰম্ভ হোৱাৰ এদিন পাছতেই আহিছে এই সতৰ্কবাৰ্তা৷ তাত কোৱা হৈছে যে এপলৰ বিভিন্ন ছফ্টৱেৰ

  • iOS: Versions prior to 18 and 17.7
  • iPadOS: Versions prior to 18 and 17.7
  • macOS Sonoma: Versions prior to 14.7
  • macOS Ventura: Versions prior to 13.7
  • macOS Sequoia: Versions prior to 15
  • tvOS: Versions prior to 18
  • watchOS: Versions prior to 11
  • Safari: Versions prior to 18
  • Xcode: Versions prior to 16
  • visionOS: Versions prior to 2

এইকেইটাৰ অত্যধিক দুৰ্বলতা আছে৷ আইফোনৰ এই নিৰাপত্তা ত্ৰুটিয়ে সম্ভাব্য আক্ৰমণকাৰীক সংবেদনশীল তথ্যৰ এক্সেছ আৰু নিষেধাজ্ঞাসমূহ বাইপাছ কৰাৰ অনুমতি দিব পাৰে৷ উচ্চ দুৰ্বলতাসম্পন্ন এই নিম্নলিখিত সমস্যাসমূহ হেকাৰৰ হাতত পৰিলেই তেওঁলোকে সহজেই হেক কৰিব পাৰে আপোনাৰ আইফোনো৷

denial-of-service ৰ চৰ্তও উলংঘন হ’ব পাৰে৷ হেকাৰে স্পুফিং এটেক কৰিব পাৰে৷ ক্ৰছ চাইট স্ক্ৰিপ্টিং চাইবাৰ আক্ৰমণো কৰিব পাৰে৷ এপলৰ কেইবাটাও ডিভাইছত অপাৰেটিং চিষ্টেমৰ নিৰাপত্তাজনিত ত্ৰুটিৰ বাবেই হেক হোৱাৰ পূৰ্ণ আশংকা কৰিছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি টিমে৷ ওপৰত নিম্নোলিখিত অপাৰেটিং চিষ্টেমসমূহ যিসকলৰ ডিভাইছত আছে তেওঁলোকৰ ক্ষেত্ৰতেই এই সতৰ্কবাৰ্তা দিয়া হৈছে৷ এই ভুলে যাতে ক্ষতিকৰ পৰিস্থিতি তৈয়াৰ নকৰে তাৰবাবে কিছু পৰামৰ্শ দিয়া হৈছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সিৰ তৰফৰ পৰা৷ এপল ডিভাইছ ব্যৱহাৰকাৰীসকলৰ ছফ্টৱেৰৰ সাম্প্ৰতিৰ ভাৰ্ছন আপডেট কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে৷ ডিভাইছত কোনো অযাচিত এক্টিভিটিৰ দিশতো নজৰ ৰখাৰ পৰামৰ্শ দিয়া হৈছে৷ ইয়াৰোপৰি ছাইবাৰ ছিকিউৰিটি সংক্ৰান্তিয় নিয়ম মানিবলৈকো আহ্বান জনোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
Next Post
সনাতনী আকৰ্ষণঃ অসমৰে মুছলমান যুৱতীয়ে আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

কাইলৈ দ্বিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ, কৃষ্ণা সপ্তমীত ভাগ্য খুলিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন