• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

3 years ago
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

22 minutes ago
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

52 minutes ago
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

2 hours ago
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

3 hours ago
১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

4 hours ago
কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

19 hours ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

editor by editor
October 19, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিদেশি অনুদান লোৱাত কোনো বাধা নাই। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিদেশৰ পৰা পুঁজি ল’বলৈ প্ৰস্তুত বুলি জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,’২০১০ চনৰ বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইনৰ লাইছেন্স আমি অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ক দিছো। গতিকে বৈদেশিক ট্ৰাষ্টৰ পৰা এতিয়া ৰাম মন্দিৰৰ বাবে সাহায্য ল’ব পাৰিব এই কমিটিয়ে।’

উল্লেখ্য যে প্ৰয়াত মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা সংস্থা ‘মিছনাৰিজ অৱ ছেৰিটি’, আন্তৰ্জাতিক বেচৰকাৰী সংগঠন ‘অক্সফৰ্ম’ আৰু ছোনীয়া গান্ধী পৰিচালিত দুটা স্বেচ্ছাসেৱী সংস্থা ‘ৰাজীৱ গান্ধী ফাউণ্ডেছন’ আৰু ‘ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট’ৰ পৰা আৰ্থিক অনুদান গ্ৰহণত বাধা নিষেধ জাৰি কৰিছিল প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সম্পৰ্কে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হঠাতেই অনুদান লোৱাৰ কথা ঘোষণা কৰাত সকলোৱেই আচৰিতো হৈছে। এই সন্দৰ্ভত ৰামমন্দিৰ নিৰ্মাণৰ কামত জড়িত ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয়, ‘বিদেশী অনুদানৰ বাবে দিল্লীৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রধান শাখাত এটা একাউণ্ট খুলিছো। সেই নিৰ্দিষ্ট একাউণ্টতেই আমি ধন গ্ৰহণ কৰিম।’

২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বেই নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰাৰ পৰিকল্পনা কৰিছে। সেই লক্ষ্যৰেই কামো কৰিছে মোদী চৰকাৰে। ৰামমন্দিৰ ট্ৰাষ্টৰ চেয়াৰমেনে এই সন্দৰ্ভত কয় যে, আগন্তুক ২২ জানুৱাৰীত বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা হ’ব। প্রধানমন্ত্ৰী দফতৰৰ সূত্ৰৰ পৰা জনোৱা অনুসৰি মোদীয়েই গৰ্ভগৃহত স্থাপন কৰিব ৰামৰ বিশেষ মূৰ্তীক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
জীৱনশৈলী

May 28, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

'দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন