• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

1 year ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

7 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

8 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

8 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

8 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

9 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

9 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

11 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

12 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

13 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

14 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

editor by editor
February 28, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিল হ’লে ছেমি ফাইনেলত কোন দলে প্ৰৱেশ কৰিব

চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ বিত আজি গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব। ছেমি ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দলৰ বাবে এই মেচখন অতি গুৰুত্বপূৰ্ণ। এই মেচত জয়ী হোৱা দলটোৱে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰাৰ বিপৰীতে পৰাজিত দলৰ যাত্ৰা শেষ হ’ব।

আনহাতে, মেচখনৰ সময়ত যদি বৰষুণ হয় , তেন্তে কি হব। কাৰণ ইতিমধ্যে বৰষুণৰ বাবে মেচ বাতিল হৈছে, আজিয়ো বতৰ সেমেকা, বৰষুণৰ হোৱাৰ সম্ভৱনা। এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল যে যদি বৰষুণৰ বাবে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজৰ খেলখন বাতিল কৰা হয়, তেন্তে কোনটো দলে ইয়াৰ দ্বাৰা লাভৱান হ’ব?

বৰষুণৰ বাবে অষ্ট্ৰেলিয়াৰ অন্তিমখন খেলো বাতিল কৰা হয়। যাৰ বাবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক ১-১ পইণ্ট দিয়া হৈছিল। কালি পাকিস্তান আৰু বাংলাদেশৰ মাজত হোৱা খেলখনো বৰষুণৰ বাবে বাতিল হয়। এনে পৰিস্থিতিত যদি অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজৰ খেলখন বাতিল কৰা হয় তেন্তে আফগান দলৰ সমস্যা বৃদ্ধি পাব।

খেলখন বাতিল হোৱাৰ বাবে দুয়োটা দলক ১-১ গ’লত দিয়া হ’ব, যাৰ বাবে অষ্ট্ৰেলিয়াই ৪ পইণ্ট আৰু আফগানিস্তানে ৩ পইণ্ট লাভ কৰিব। এই পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব, আনহাতে আফগানিস্তানে পুনৰ দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Afganistan TeamAustralia teamChampions Trophy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
দিল্লী বিধানসভাত দাখিল হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, কেজৰিৱাল পৰিব পাৰে বিপদত

দিল্লী বিধানসভাত দাখিল হ’ব কেগৰ দ্বিতীয়খন প্ৰতিবেদন, কেজৰিৱাল পৰিব পাৰে বিপদত

শনিৰ ৰাশি কুম্ভত চন্দ্ৰৰ প্ৰৱেশ, মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক

শনিৰ ৰাশি কুম্ভত চন্দ্ৰৰ প্ৰৱেশ, মালামাল হৈ পৰিব ৩ ৰাশিৰ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.