• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

1 year ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

9 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

9 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

10 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

11 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

12 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

12 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

14 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

14 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

15 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

editor by editor
February 24, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুখন খেলত জয়ৰ পিছতো ছেমি ফাইনেলত স্থান নিশ্চিত নহয় ভাৰতৰ, আনহাতে আয়োজক দেশ টুৰ্নামেণ্টৰ পৰা বাহিৰ

পাকিস্তান আৰু ডুবাইত চলি থকা চেম্পিয়নছ ট্ৰফীত ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই পৰ্যন্ত খেলা দুয়োখন মেচতে দলটোৱে জয়লাভ কৰিছে।

দেওবাৰে দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। এতিয়া দলটোৱে ২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব।

যদিও বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে টিম ইণ্ডিয়া, তথাপিও ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত হোৱা নাই।

আজ্ সোমবাৰে নিউজিলেণ্ড আৰু বাংলাদেশৰ দলৰ মাজত মেচ আছে। যদি বাংলাদেশ দলে আজিৰ এই মেচত জয়ী হয় তেন্তে দুই পইণ্ট লাভ কৰিব। দলটোৱে শেষৰখন মেচত আয়োজক পাকিস্তানৰ বিৰুদ্ধে খেলিব লাগিব আৰু ইয়াতো যদি বাংলাদেশ দলে জয়লাভ কৰে তেন্তে মুঠ ৪ পইণ্ট লাভ কৰিব।

আনহাতে বাংলাদেশৰ বিৰুদ্ধে পৰাজিত নিউজিলেণ্ডে যদি ভাৰতৰ সৈতে মুখামুখি হোৱা খেলত টিম ইণ্ডিয়াক পৰাস্ত কৰে , তেন্তে নিউজিলেণ্ডৰ হাততো মুঠ ৪ পইণ্ট হ’ব। যাৰ ফলত ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ তিনিও সমানে ৪ পইণ্টেৰে তালিকাত সমস্থানত থাকিব।

এই পৰিস্থিতিত নেট ৰান ৰেটৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। বাংলাদেশৰ নেট ৰান ৰেট বৰ্তমান -০.৪০৮, যিটো দুখন মেচত জয়ী হ’লে উন্নত হ’ব। যদিহে অন্তিমখন মেচত নিউজিলেণ্ডৰ হাতত বৃহৎ ব্যৱধানত ভাৰতে পৰাস্ত হয়, তেন্তে টিম ইণ্ডিয়াৰ ৰান ৰেট হ্ৰাস পাব, আনহাতে নিউজিলেণ্ডৰ ৰান ৰেট উন্নত হ’ব পাৰে। এনে পৰিস্থিতিত যদি ভাৰত নেট ৰাণ ৰেটৰ দৌৰত পিছ পৰি থাকে, তেন্তে ছেমি ফাইনেলৰ দৌৰৰ পৰা আঁতৰি যাব। সেয়ে সকলো নিৰ্ভৰ কৰিব আজিৰ নিউজিলেণ্ড বনাম বাংলাদেশৰ খেলৰ ওপৰত।

আনহাতে পাকিস্তানৰ নেট ৰানৰ হাৰ আটাইতকৈ বেয়া। দলটো প্ৰায় প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ দৰেই।
বৰ্তমান পাকিস্তানৰ নেট ৰানৰ হাৰ গ্ৰুপ এত আটাইতকৈ বেয়া। এতিয়ালৈকে দুয়োখন মেচতে পৰাস্ত হোৱাৰ ফলত দলটোৱে নেট ৰান ৰেট -১.০৮৭ লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophycricketGroup aIndian Cricket Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
বুধ-মংগল গ্ৰহই সৃষ্টি কৰিছে নৱপঞ্চম যোগ, ৩টা ৰাশিৰ ভাগ্য সুপ্ৰসন্ন

বুধ-মংগল গ্ৰহই সৃষ্টি কৰিছে নৱপঞ্চম যোগ, ৩টা ৰাশিৰ ভাগ্য সুপ্ৰসন্ন

হোলীৰ পূৰ্বে কৰক এই উপায়, ৰং বিৰং ফাকুৱাই লৈ আহিব সুখ আৰু ধন

হোলীৰ পূৰ্বে কৰক এই উপায়, ৰং বিৰং ফাকুৱাই লৈ আহিব সুখ আৰু ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.