• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে

ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে

1 year ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

41 minutes ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

1 hour ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

4 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

6 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

7 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে

editor by editor
February 27, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে
0
SHARES
850
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে

চেম্পিয়নছ ট্ৰফীত গ্ৰুপ বিৰ পৰা ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানে জয়লাভ কৰি এই দৌৰক আকৰ্ষণীয় কৰি তুলিছে। ইংলেণ্ডৰ দলটোৱে গ্ৰুপ বিৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।

আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আফগানিস্তান তিনিওটা দলে এতিয়াও ছেমি ফাইনেলত প্ৰৱেশৰ দৌৰত আছে আৰু মাথো এখনকৈ খেলত জয়লাভ কৰিলেই তিনিওটা দলেই ছেমি ফাইনেললৈ যাব পাৰিব।

আনটো গ্ৰুপ তথা গ্ৰুপ এৰ পৰা ছেমি ফাইনেল দল নিশ্চিত হৈছে। ইতিমধ্যে নিউজিলেণ্ড আৰু ভাৰতে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত স্থান দখল কৰিছে যদিও গ্ৰুপত দলদুটাৰ স্থান কি হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গ্ৰুপ এ আৰু বি দুয়োটাৰে মাজত এতিয়াও দুখন মেচ বাকী আছে।

২ মাৰ্চত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত মুখামুখি হ’ব। এই মেচখনেই সিদ্ধান্ত হ’ব যে ভাৰত নিজৰ গ্ৰুপৰ শীৰ্ষত থাকিব নে দ্বিতীয় স্থানত থাকিব। ছেমি ফাইনেলত গ্ৰুপ Aৰ শীৰ্ষ দলটোৱে গ্ৰুপ Bৰ দ্বিতীয় স্থানৰ দলৰ বিৰুদ্ধে খেলিব, আনহাতে ছেমি ফাইনেলত গ্ৰুপ Aৰ দ্বিতীয় স্থানত থকা দলটোৱে মুখামুখি হ’ব গ্ৰুপ Bৰ শীৰ্ষ স্থানীয় দলটোৰ সৈতে।

বিৰ শেষৰ দুখন মেচত আফগানিস্তানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব, আনহাতে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। যদি দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই নিজ নিজ মেচত জয়লাভ কৰে তেন্তে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। যদি অষ্ট্ৰেলিয়াই আফগানিস্তানক পৰাস্ত কৰে তেন্তে দক্ষিণ আফ্ৰিকাও ইংলেণ্ডৰ মুখামুখি নোহোৱাকৈ যোগ্যতা অৰ্জন কৰিব।

অৱশ্যে আফগানিস্তানে যদি অষ্ট্ৰেলিয়াক পৰাস্ত কৰে তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ফলাফলত অষ্ট্ৰেলিয়াৰ ভাগ্য নিৰ্ণয় হ’ব।

যদিহে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দুয়োখনেই নিজৰ নিজৰ মেচত জয়লাভ কৰে, আনহাতে ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে মঙলবাৰে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব পাৰে ছেমি ফাইনেলত। অৱশ্যে ভাৰতে যদি দ্বিতীয় স্থান লাভ কৰে তেন্তে এই পৰিস্থিতিত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।

আনহাতে, যদি আফগানিস্তানে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে আৰু দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰতে নিজৰ গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে আফগানিস্তানৰ মুখামুখি হ’ব। যদিহে ভাৰত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় তেন্তে এই ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।

অৱশ্যে বৰ্তমানে ভাৰতে সুন্দৰ ফৰ্মত খেলি আছে। লগতে গ্ৰুপ পৰ্যায়তো হট ফেভাৰিট হৈ আছে। যাৰ বাবে নিউজিলেণ্ডক পৰাস্ত কৰি গ্ৰুপত শীৰ্ষস্থান দখলেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনাই অধিক। সেয়ে গ্ৰুপ বিৰ দ্বিতীয় স্থানৰ দলৰ সৈতে ভাৰত মুখামুখিব হব পাৰে ছেমি ফাইনেলত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

April 27, 2026
Next Post
হোলীৰ দুদিন পূৰ্বে সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য, ৰাহুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ

হোলীৰ দুদিন পূৰ্বে সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য, ৰাহুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ

পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

পিতৃৰ সপোন আছিল পুত্ৰক ভাল দৰ্জী বনোৱা, ভাগ্যই বলীউডলৈ আনি তাৰকা বনালে পুত্ৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.