• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

3 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

40 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

5 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

7 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি

editor by editor
February 15, 2023
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
কেৰিয়াৰত উন্নতি কৰিবলৈ চানক্যৰ এই ৩টা উপদেশ মানিবই, অন্যথা সফল জীৱনত মন্ত্ৰণা আওৰাইয়ো বিফল হ’ব আপুনি
0
SHARES
15k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰাচীন ভাৰতৰ অৰ্থনীতিবিদ, দাৰ্শনিক, কুটনীতিবিদ তথা শাস্ত্ৰজ্ঞ চানক্যৰ প্ৰত্যেকটো বচনৰে আছে বিশেষ গুৰুত্ব৷ চানক্যৰ নীতি শাস্ত্ৰত জীৱনত সফলতা লাভ কৰিবৰ বাবে আছে বহুসংখ্যক মন্ত্ৰও৷ কূটনৈতিক দক্ষতাৰ বাবেই তেওঁক কৌটিল্য নামেৰেও জনা যায়৷ সকলো সমস্যাৰেই সমাধান আছে চানক্যৰ নীতিশাস্ত্ৰত৷ সফলতাৰ বাবে চানক্যই দিয়া বিশেষ উপায়সমূহৰ ভিতৰত এই তিনিটা উপায় সকলোৱেই গ্ৰহণ কৰিব পাৰে৷

সমস্যাৰ সমাধান বিচৰা
প্ৰত্যেকজন ব্যক্তিৰ জীৱনতেই সমস্যা আছেই৷ যিসকল ব্যক্তিক আমি সফল বুলি কওঁ তেওঁলোকৰ জীৱনত যে সমস্যাই নাই তেনে নহয়৷ সেয়ে একোজন ব্যক্তিয়ে সফলতা পাবৰ বাবে সমস্যাৰ মুখামুখি হ’বলৈকো সাহস ৰাখিবই লাগিব৷ সমস্যাৰ পৰা পলোৱাৰ চেষ্টা কৰিলে সেই সমস্যাই আপোনাৰ খেদিয়েই ফুৰিব সেয়ে পলোৱাৰ সলনি সমাধানৰ উপায় চিন্তা কৰিব লাগে৷ নিজৰ ভুলৰ পৰাই শিক্ষা ল’ব লাগে ভৱিষ্যতে যাতে আৰু এনে ভুল নহয় তাৰ বাবে সতৰ্ক হৈ থাকিব লাগে৷

সততাই যেতিয়া সমস্যা হৈ পৰে
চানক্যই কোৱা অনুসৰি কলিযুগত সত্য কথা কোৱাটোৱেই এটা গুৰুতৰ সমস্যা৷ কিন্তু তাৰ সাৰমৰ্ম এইটোও নহয় যে ব্যক্তি একোজনে সকলো কাম-কাজতে মিছাৰ আশ্ৰয় ল’ব৷ কিন্তু অতিৰিক্ত সততা আপোনাৰ বাবে সমস্যাহে, সেয়ে যিকোনো কথা প্ৰকাশ কৰাৰ আগতে এশবাৰ চিন্তা কৰি লওক৷ যদি আপোনাৰ কোনো এটা মিছাই কাৰোবাৰ উপকাৰ কৰে তেনে মিছা কথা কেতিয়াও পাপ হ’ব নোৱাৰে৷

কাম পেলাই নথব
কোনো কাম কৰিম কৰিম বুলি পেলাই থোৱাটো বদভ্যাষ৷ এয়া কৰিবলৈ বাধা প্ৰদান কৰিছে চানক্যই৷ চানক্যই কোৱা অনুসৰি কোনো কাম কৰিম কৰিম বুলি পেলাই থলে আপুনি সাফল্যৰ পৰা সদায়ে এখোদ দূৰত অৱস্থান কৰিব৷ আপুনি যদি সময়ৰ কাম সময়ত নকৰে তেন্তে সফলতা আশা কৰি লাভ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.