• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

5 months ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

3 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

35 minutes ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

1 hour ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

2 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

3 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

6 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

6 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

editor by editor
May 9, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ মে’ত গুৰুৰ প্ৰদোষ ব্ৰত৷ আৰু সেই শুভ দিনতেই কেতুৰ অশ্বিনী নক্ষত্ৰত গোচৰ কৰিছে চন্দ্ৰই৷ ১৪ মে, বৃহস্পতিবাৰে নিশা ১০.৩৩ মিনিটত অশ্বিনী নক্ষত্ৰত চন্দ্ৰই প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰত ১৫ মে ২০২৬ৰ নিশা ৮ বাজি ৪৪ মিনিট পৰ্যন্ত থাকিব চন্দ্ৰ৷ আৰু এই গোচৰত কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহিব৷ হাতত ধনৰ অভাৱ নাথাকিব৷ সময় নষ্ট নকৰি জানি থওক ১৪ মে ঠিক কোন ৪ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব?

মেষ ৰাশি

এই ৰাশিৰ জাতকৰ বাবে অশ্বিনী নক্ষত্ৰত চন্দ্ৰৰ গোচৰত শুভ সময় আহিব৷ এই জাতকৰ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ কেৰিয়াৰত সমস্যা দূৰ হব৷ কৰ্মস্থলত নতুন দায়িত্ব পাব৷ বছৰ প্ৰিয় পাত্ৰ হৈ উঠিব. এই সময়ত ব্যৱসায়ত উন্নতি হব৷ নতুন প্ৰজেক্ট পাব পাৰে৷ ইয়াৰোপৰি পৰিয়ালত শান্তিয়ে বিৰাজ কৰিব৷ সকলো জটিলতা দূৰ হব৷ চিন্তাৰ কোনো কাৰণ নাই৷

মিথুন ৰাশি

এই ৰাশিৰ বাবেও এই সময় শুভ৷ শুভ পৰিণাম কঢ়িয়াই আনিব৷ এই জাতকে ধনলাভ কৰিব পাৰে৷ ধনৰ অভাৱ শেষ হব৷ পৰিয়ালত সন্মান বাঢ়িব৷ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত ডাঙৰ কোনো সিদ্ধান্ত ল’ব পাৰে৷ সেই সিদ্ধান্তৰ বাবে ভৱিষ্যতে বিৰাট লাভ হব৷ মানসিক শান্তি বাঢ়িব৷ চিন্তাৰ কোনো কাৰণ নাই৷

সিংহ ৰাশি

এই ৰাশিৰ বাবেও এই সময় ভাল৷ এই গোচৰৰ বাবে আপোনাৰ সন্মুখত একাধিক ৰাস্তা খুলি যাব৷ পুৰণি ইচ্ছা পূৰণ হব৷ চাকৰিত উন্নতিৰ যোগ তৈয়াৰ হৈছে৷ প্ৰমোছন হব পাৰে৷ ইনক্ৰিমেণ্টৰ সম্ভাৱনা আছে৷ এই সময়ত ব্যৱসায়ত আগুৱাই যাব৷ নতুন ক্লায়েণ্ট আহিব৷ ইয়াৰোপৰি পৰিয়ালত সমস্যা থাকিলে দূৰ হব৷ আত্মীয়ৰ পৰা ভাল পৰামৰ্শ পাব৷

ধনু ৰাশি

চন্দ্ৰৰ কেতুৰ অশ্বিনী নক্ষত্ৰত প্ৰৱেশৰ ফলত সমাজত সন্মান বাঢ়িব৷ মানসিক শান্তি আহিব৷ আৰ্থিক স্থিতি সলনি হ’ব৷ সম্পৰ্কৰ জটিলতা দূৰ হব৷ ব্যৱসায় বাঢ়িব৷ নতুন প্ৰজেক্ট পাব পাৰে৷ আৰ্থিক লাভ হব৷ এই সময়ত আপুনি বাহিৰলৈ যাব পাৰে৷ বিদেশ ভ্ৰমণো কৰিব পাৰে৷ গল্ডেন টাইম কটোৱাৰ বাবে সাজু হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়
নিয়োগ

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?
ৰাজনীতি

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

October 13, 2026
Next Post
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.