• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

9 months ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

40 minutes ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

57 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

2 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

3 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

6 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

18 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

18 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি

editor by editor
February 3, 2026
in জীৱনশৈলী
0
৫০০ বছৰৰ পাছত হোলিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ৩ৰাশিৰ অপৰিসীম উন্নতি দেখা পাব আপুনি
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰ আৰু সূৰ্যগ্ৰহণ সময়ে সময়ে ঘটে, ইয়াৰ প্ৰভাৱ মানৱজীৱনৰ ওপৰত দৃশ্যমান৷ বছৰৰ প্ৰথমে পূৰ্ণ চন্দ্ৰগ্ৰহণ ফাগুনৰ পূৰ্ণিমাৰ হোলিকা দহনৰ দিনাই ঘটিব৷ এই গ্ৰহণ ৩মাৰ্চ, ২০২৬ৰ দুপৰীয়া ২ বাজি ১৭ মিনিটত আৰম্ভ হব৷ সন্ধিয়া ৭ বাজি ৫৩ মিনিটত শেষ হ’ব৷ এই চন্দ্ৰগ্ৰহণ কুম্ভ ৰাশিত ঘটিব৷ এই চন্দ্ৰগ্ৰহণৰ কাৰণে কিছু ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব পাৰে৷ ইয়াৰোপৰি কৰ্মজীৱন আৰু ব্যৱসায়ত অগ্ৰগতি হব পাৰে৷ মন সুখী থাকিব৷ জানক ভাগ্যবান ৰাশি কি কি?

ধনু ৰাশি

চন্দ্ৰগ্ৰহণ উপকাৰী প্ৰমাণিত হব পাৰে৷ এই সময়ত যানবাহন বা সম্পত্তি অৰ্জন কৰিব পাৰে৷ আপোনাৰ দৈনিক আয়ো বৃদ্ধি পাব৷ বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব৷ এই সময়ত আৰ্থিক লাভৰ নতুন পথ খুলিব৷ আপোনাৰ সাহস আৰু বীৰত্বও বৃদ্ধি পাব৷ আপোনাৰ পৰিয়ালত সুখ-শান্তি আৰু ইতিবাচক পৰিবেশ থাকিব৷ এই সময়ত আপুনি এক বৃহৎ লক্ষ্য অৰ্জনত সাফল্য পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে চন্দ্ৰগ্ৰহণ শুভ হব পাৰে৷ এই সময়ত চাকৰিয়ালে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ এই সময়ত আপুনি দেশ বা বিদেশ ভ্ৰমণ কৰিব পাৰে৷ আপুনি বিলাসী সামগ্ৰী ক্ৰয় কৰিবও পাৰে৷ নতুন আয়ৰ উৎস খুলিব৷ এই সময়ত আপুনি সন্মান আৰু প্ৰতিপত্তি অৰ্জন কৰিব৷

সিংহ ৰাশি

চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ পৰিব সিংহ ৰাশিত৷ শিক্ষাৰ্থীয়ে এই সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷ ৰাজনীতি, প্ৰশাসন বা চৰকাৰী চাকৰিৰ সৈতে জড়িতসকলে এই সময়ত বিশেষ উপকাৰ পাব৷ এই সময়ত বেকাৰ ব্যক্তিয়ে চাকৰি পাব পাৰে৷ ব্যৱসায়ীৰ এই সময়কালত উল্লেখযোগ্য আৰ্থিক লাভ পাব পাৰে৷ নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

October 22, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.